ETV Bharat / state

গোলকগঞ্জত জব্দ অৰ্ধশতাধিক গৰু - বাংলাদেশ

নথিপত্ৰহীন গৰুবোৰ গৰাকীবিহীন ভাবে বিভিন্ন বাহনিত এৰাল দি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰে | আনহাতে, পোকালাগীৰ এটা স্থানত গৰু সহ দুজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়| আটকাধীন দুজন ক্ৰমে পোকালাগীৰ মইনুল হক আৰু ছোটো দীঘলটাৰীৰ আশ্ৰাফুল হক ৷

গোলকগঞ্জত জব্দ অৰ্ধশতাধিক গৰু
author img

By

Published : Jul 28, 2019, 8:58 PM IST

ধুবুৰী, 28 জুলাইঃ ধুবুৰীৰ গোলকগঞ্জত জব্দ 56 টাকৈ গৰু ৷ বাংলাদেশলৈ চালান দিবলৈ যো-জা চলোৱাৰ সময়তে জব্দ কৰে গৰু কেইটা ৷ গোলকগঞ্জ আৰু আগমনি আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত শনিবাৰে নিশা জব্দ কৰে গৰু কেইটা ৷ উল্লেখ্য যে, প্ৰথমে ছাগলীয়া আৰক্ষী এটা দলে ছাগলীয়াৰ সমীপত অভিযান চলাই গৰাকী বিহীন বাৰটা গৰু জব্দ কৰে | তাৰ পাচতে দলটোয়ে ভাই বজাৰৰ সমীপত আৰু পোকালাগীত অভিযান চলাই ছয়ত্ৰিছটা গৰু জব্দ কৰে | নথিপত্ৰহীন গৰুবোৰ গৰাকীবিহীন ভাবে বিভিন্ন বাহনিত এৰাল দি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয় | আনহাতে, পোকালাগীৰ এটা স্থানত গৰু সহ দুজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় | আটকাধীন দুজন ক্ৰমে পোকালাগীৰ মইনুল হক আৰু ছোটো দীঘলটাৰীৰ আশ্ৰাফুল হক | আটকাধীন আশ্ৰাফুলক জেল হাজোত প্ৰেৰণ কৰে যদিও মইনুলক হাজোতলৈ নপঠোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে | তাৰোপৰি শনিবাৰে সন্ধিয়া আগমনিয়েদি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকঢ়াই নি থকা আঠটা গৰু আগমনি থানাৰ আৰক্ষীয়ে জব্দ কৰে যদিও গৰু কেইটা লৈ যোৱা লোককেইজনক এৰি দিয়া ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে |

Intro:ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ আৰু আগমনি থানাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই বিভিন্ন স্থানৰ পৰা বাংলাদেশ চালান দিবলৈ যোঁজা চলোৱা ছাপন(৫৬)টা গৰুৰ লগতে দুজনক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে|
Body: সন্ধিয়া ছাগলীয়া আৰক্ষী এটা দলে ছাগলীয়াৰ সমীপত অভিযান চলাই গৰাকী বিহীন বাৰটা গৰু জব্দ কৰে| পিছত দলটোয়ে ভাই বজাৰৰ সমীপত আৰু পোকালাগীত অভিযান চলাই ছয়ত্ৰিছ টা গৰু জব্দ কৰে| নথিপত্ৰহীন গৰুবোৰ গৰাকীবিহীন ভাবে বিভিন্ন বাহনিত এৰাল দি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰে| অৱশ্যে পোকালাগীৰ এটা স্থানত গৰু সহ দুজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়| আটকাধীন দুজন ক্ৰমে পোকালাগীৰ মইনুল হক আৰু ছোটো দীঘলটাৰীৰ আশ্রাফুল হক| ইয়াৰে আশ্ৰাফুলক জেল হাজোত প্ৰেৰণ কৰে যদিও মইনুলক হাজোত নপঠোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে| আনহাতে কালি সন্ধিয়া আগমনিয়েদি ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে খোজকঢ়াই নি থকা আঠটা গৰু আগমনি থানাৰ আৰক্ষীয়ে জব্দ কৰে যদিও গৰু কঢ়িওৱা লোকক এৰি দিয়া ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে| Conclusion:আৰক্ষীয়ে খোজকঢ়াই নিয়া গৰুৰ ওপৰত তত্পৰ হলেও নিশা ট্ৰাকেৰে কঢ়িওৱা গৰুৰ ক্ষেত্ৰত উদাসীন বুলি অভিযোগ উঠিছে |
Byte স্থানীয় ৰাইজ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.