ETV Bharat / state

বিলাসীপাৰাত বৃহৎ পৰিমাণৰ নীলা কেৰাচিন তেল জব্দ

নিচাজাতীয় তথা চোৰাং সামগ্ৰীৰ বিৰুদ্ধে সম্প্ৰতি ৰাজ্যত আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে ৷ এই অভিযানৰ সময়ত আৰক্ষীয়ে বিপুল সাফল্যও লাভ কৰিছে ৷ ইতিমধ্যে সৰ্বত্ৰে চৰ্চিত হৈছে অসম আৰক্ষীৰ এই ভূমিকা ৷

Blue Kerosene seized at Bilasipara
বিলাসীপাৰাত বৃহৎ পৰিমাণৰ নীলা কেৰাচিন তেল জব্দ
author img

By

Published : Aug 18, 2021, 7:05 PM IST

পশ্চিম বিলাসীপাৰা, 18 আগষ্ট : বিলাসীপাৰাৰ পশুৱাৰখালত মংগলবাৰে নিশা জিলা দণ্ডাধীশ, যোগান বিভাগ আৰু আৰক্ষীয়ে যৌথভাবে অভিযান চলাই বৃহৎ পৰিমাণৰ নীলা কেৰাচিন তেল জব্দ কৰে । বিলাসীপাৰা মহকুমাৰ দণ্ডাধীশ অভিজাত ভৌমিক, আবকাৰী বিভাগৰ উপ অধীক্ষক প্ৰেম সিং, যোগান বিভাগ আৰু আৰক্ষীৰ যৌথভাবে এই অভিযান চলায় ৷

বিলাসীপাৰাত বৃহৎ পৰিমাণৰ নীলা কেৰাচিন তেল জব্দ

অভিযানকাৰী দলটোৱে অভিযানৰ সময়ত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ৩৬০ লিটাৰ নীলা কেৰাচিন জব্দ কৰে ৷ পশুৱালখাল ওচমান আলীৰ ঘৰৰ পৰা জব্দ কৰে অভিযানকাৰী দলটোৱে জব্দ কৰে মজুত কৰি ৰখা নীলা কেৰাচিন তেলখিনি ৷ অৱশ্যে প্ৰশাসনৰ লোকৰ উপস্থিতিৰ সম্ভেদ লাভ কৰি চোৰাং তেল ব্যৱসায়ীটো পলায়ন কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ৰাজহ ফাঁকিৰে চলি অহা পাৰ্কিং প্লেচ ছীল প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.