ETV Bharat / state

বিলাসীপাৰাত দিনজোৰা কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন - আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সা সামগ্ৰী প্ৰদৰ্শনী আৰু বিক্ৰী

মেলাত বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সা-সামগ্ৰী প্ৰদৰ্শনী আৰু বিক্ৰীৰ কৰাৰ লগতে আধুনিক কৃষিকাৰ্যত ব্যৱহৃত যন্ত্ৰৰ প্ৰদৰ্শন কৰে কৃষি বিজ্ঞান কেন্দ্ৰই |

উপস্থিত থাকে প্ৰায় 5শতাধিক লোক
বিলাসীপাৰা মহকুমাৰ ফুটকিবাৰী হাইস্কুলত এই আয়োজন
author img

By

Published : Dec 6, 2019, 6:30 PM IST

বিলাসীপাৰা, 6 ডিচেম্বৰ: বৃহস্পতিবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় কৃষক মেলা এই মেলাত প্ৰদৰ্শনী আৰু বিপণনৰো আয়োজন কৰা হয় ৷ ধুবুৰীৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত জলবায়ু সাপেক্ষে কৃষি ব্যৱস্থাপনা আঁচনিৰ অধীনত বিলাসীপাৰা মহকুমাৰ ফুটকিবাৰী হাইস্কুল খেল পথাৰত এই কৃষক মেলাৰ অনুষ্ঠিত হয় ৷

5শতাধিক কৃষক তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে
দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক মেলা

অনুষ্ঠানত 250 গৰাকী কৃষকক ভূমি স্বাস্থ্য পত্ৰ প্ৰদান কৰা হয় | প্ৰায় 5শতাধিক কৃষক তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সভাখনত অতি কম খৰচত কিদৰে অধিক ফচল উৎপাদন কৰি লাভৱান হ'ব পাৰি সেই বিষয়ে বিস্তৃত আলোচনা কৰা হয় ৷

মুখ্য অতিথি হিচাপে থাকে মহকুমাধিপতি মৃদুল যাদৱ
বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সা সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰী

অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি মৃদুল যাদৱ উপস্থিত থকাৰ লগতে, কৃষি বিজ্ঞানী ডঃ সুনীল পাল, শৰৎ চন্দ্ৰ কৃষি মহাবিদ্যালয়ৰ সহকাৰী বিজ্ঞান অধ্যাপক ডঃ ৰঞ্জিত শৰ্মা, বিলাসীপাৰা মহকুমা কৃষি বিষয়া আহমেদ আলী, কৃষি বিজ্ঞান কেন্দ্ৰ ধুবুৰীৰ মুখ্য আৰু জ্যেষ্ঠ কৃষি বিজ্ঞানী চন্দন কুমাৰ ডেকা প্ৰমুখ্যে উপস্থিত থাকে কেইবাগৰাকীও কৃষি বিষয়া ৷

কৃষক মেলাৰ এক দৃশ্য

মেলাত বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সা সামগ্ৰী প্ৰদৰ্শনী আৰু বিক্ৰীৰ কৰাৰ লগতে আধুনিক কৃষিকাৰ্যত ব্যৱহৃত যন্ত্ৰৰ প্ৰদৰ্শন কৰে কৃষি বিজ্ঞান কেন্দ্ৰই |

কৃষি ব্যৱস্থাপনা আঁচনিৰ অধীনত কৃষক মেলা
আধুনিক কৃষিকাৰ্যত ব্যৱহৃত যন্ত্ৰৰো প্ৰদৰ্শন

লগতে পঢ়ক: পিয়াঁজৰ নাটনি কিয়?

Intro:Slug-Bilasipara. Krishok Mela,
Date - 6/12/19.
A. I -- কৃষি প্ৰধান ধুবুৰী জিলাৰ বিলাসীপাৰাত বৃহস্পতিবাৰে দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় কৃষক মেলা,প্ৰদৰ্শনী আৰু বিপনন | কৃষি বিজ্ঞান কেন্দ্ৰ ধুবুৰীৰ উদ্যোগত তথা জলবায়ু সাপেক্ষে কৃষি ব্যৱস্থাপনা আঁচনিৰ অধীনত বিলাসীপাৰা মহকুমাৰ ফুটকিবাৰী হাই স্কুল খেল পথাৰত অনুষ্ঠিত হয় এই কৃষক মেলাৰ | Body:অনুষ্ঠানত আঢ়ৈ শ গৰাকী কৃষকক ভুমি স্বাস্থ্য পত্ৰ প্ৰদান কৰা হয় | প্ৰায় পাঁচ শতাধিক কৃষক তথা স্কুলীয়া ছাত্ৰ ছাত্ৰী উপস্থিত থকা সভাত অতি কম খৰচত কি দৰে অধিক ফচল উৎপাদন কৰি লাভৱান হব পাৰি সেই সন্দৰ্ভত বিস্তৃত আলোকপাত কৰে আৰ এ আৰ এচৰ মুখ্য কৃষি বিজ্ঞানী ডঃ সুনীল পাল, শৰৎ চন্দ্ৰ কৃষি মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ডঃ ৰঞ্জিত শৰ্মা, বিলাসীপাৰা মহকুমা কৃষি বিষয়া আহমেদ আলী, কৃষি বিজ্ঞান কেন্দ্ৰ ধুবুৰীৰ মুখ্য আৰু জ্যেষ্ঠ কৃষি বিজ্ঞানী চন্দন কুমাৰ ডেকা প্ৰমুখ্যে কেবা গৰাকী কৃষি বিষয়াই | অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি মৃদুল যাদৱে | মেলাত মহকুমাটোৰ বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হয় | এই খন মেলা আৰু প্ৰদৰ্শনীত আধুনিক কৃষিত ব্যৱহৃত যন্ত্ৰৰো প্ৰদৰ্শন কৰে কৃষি বিজ্ঞান কেন্দ্ৰই | এই মেলা আৰু প্ৰদৰ্শনীৰ যোগেদি কৃষক সকল অধিক উপকৃত হব বুলি ধাৰনা কৰা হৈছে |

*Conclusion:Byte ,1+2:- Dr. Chandan Kr Deka, কৃষি বিজ্ঞানী |

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.