ETV Bharat / state

গাঁঠিৰ ধন ভাঙি শতাধিক লোকক কম্বল বিতৰণ পঞ্চায়ত প্ৰতিনিধিৰ - আমছু

আমছুৰ ৰাজ্যিক প্ৰাক্তন ছাত্ৰ নেতা জামাল হকে দীৰ্ঘ দিন ধৰি উৎসৱ-পাৰ্বণত দৰিদ্ৰ লোকৰ মাজত গাঁঠিৰ ধনেৰে বিতৰণ কৰি আহিছে কাপোৰকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী ৷

ETV BHARAT
নিজৰ গাঁঠিৰ ধন ভাঙি  শতাধিক দুখীয়া মানুহক কম্বল বিতৰণ পঞ্চায়ত প্ৰতিনিধিৰ
author img

By

Published : Jan 22, 2020, 10:50 AM IST

Updated : Jan 22, 2020, 1:52 PM IST

বিলাসীপাৰা, 22 জানুৱাৰীঃ বিলাসীপাৰাত এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে দাঙি ধৰিলে মানৱীয়তাৰ এক উজ্বল নিদৰ্শন ৷ প্ৰায় তিনি শতাধিক দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰিলে কম্বল ৷

নিজৰ গাঁঠিৰ ধন ভাঙি শতাধিক দুখীয়া মানুহক কম্বল বিতৰণ পঞ্চায়ত প্ৰতিনিধিৰ
এয়া কোনো চৰকাৰী আঁচনি নহয়,এয়া হ'ল এজন জনপ্ৰতিনিধিৰ দুখীয়া মানুহৰ প্ৰতি থকা মৰম ৷ নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰায় তিনি শতাধিক দুখীয়া মানুহৰ মাজত বিতৰণ কৰে কম্বল ৷ আনন্দনগৰ বাঙালীপাৰাৰ গাওঁ পঞ্চায়তৰ নিৰ্দলীয় সভাপতি তথা আমছুৰ ৰাজ্যিক প্ৰাক্তন ছাত্ৰ নেতা জামাল হকে। স্থানীয় ৰাইজৰ লগতে বিশিষ্ট লোকৰ উপস্থিতিত দৰিদ্ৰ লোকৰ মাজত গৰম কাপোৰ বিতৰণ কৰিবলৈ পায় নিজকে ধন্য মানিছে বুলি ব্যক্ত কৰে পঞ্চায়ত সভাপতি গৰাকীয়ে | তাৰোপৰি নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ ৰাইজৰ বিপুল সহাঁৰি লাভ কৰি পঞ্চায়ত খনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা জামাল হকে বিগত দিনৰে পৰা দুৰ্গা পূজা,ঈদ আদি উৎসৱতো দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰি আহিছে | তাৰোপৰি আগন্তুক দিনতো এই ধৰণে দুখীয়া ৰাইজৰ বাবে সহায়ৰ হাত আগবঢ়াই যাব বুলি মন্তব্য কৰে পঞ্চায়ত সভাপতি জনে ৷

লগতে পঢ়ক - কাগজ কল কৰ্মচাৰীৰ পৰিয়ালৰ কাষত থিয় দিলে প্ৰাক্তন সাংসদ সুস্মিতা দেৱ

Intro:Slug:Bilasipara.Val Khabor,
A. I - বিলাসীপাৰাত এগৰাকী পঞ্চায়ত প্ৰতিনিধিৰ মানৱীয়তাই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে | এয়া কোনো চৰকাৰী আঁচনি বা কোনো পঞ্চায়তৰ আঁচনি নহয় এয়া হ'ল এজন জনপ্ৰতিনিধিৰ দুখীয়া মানুহৰ বাবে মহা নুভতিৰ নিদৰ্শন।
নিজৰ গাঁঠিৰ ধন ভাঙি আজি পুৱাৰে পৰাই প্ৰায় তিনি শতাধিক গৰীব দুখীয়া মানুহৰ মাজত হাড় কপোৱা ঠাণ্ডাৰ সময়ত কম্বল বিতৰণ কৰিলে। আনন্দনগৰ বাঙালীপাৰাৰ গাওঁ পঞ্চায়তৰ নিৰ্দলীয় সভাপতি তথা আমছুৰ ৰাজ্যিক প্ৰাক্তন ছাত্ৰ নেতা জামাল হকে।
Body:পঞ্চায়ত খনৰ এই সকল দৰিদ্ৰ লোকে হাড় কপোৱা ঠাণ্ডাৰ সময়ত কম্বল খন পাই যেন এটি স্বস্তিৰ নিশ্বাস এৰিছে | স্থানীয় বিশিষ্ট লোকৰ উপস্থিতিত এই দৰিদ্ৰ লোকৰ মাজত গৰম কাপোৰ বিতৰণ কৰিবলৈ নিজকে ধন্য মনে কৰা ব্যক্ত কৰে পঞ্চায়ত সভাপতি গৰাকীয়ে | নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ ৰাইজৰ বিপুল সহাঁৰি লাভ কৰি পঞ্চায়ত খনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা জামাল হকে বিগত দিনৰ পৰা দুৰ্গা পূজা , ঈদ আদি উৎসৱতো দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰন কৰি আহিছে | Conclusion:

Byte জামাল হক, সভাপতি
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।

Last Updated : Jan 22, 2020, 1:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.