ETV Bharat / state

ধুবুৰীত বিজেপিৰ সংকল্প যাত্ৰা

author img

By

Published : Oct 19, 2019, 11:41 PM IST

শনিবাৰে ধুবুৰীৰ বিলাসীপাৰাত উলিওৱা হয় বিজেপিৰ সংকল্প যাত্ৰাৰ ৷ সকলোৱে মিলি নতুন ভাৰত গঢ়ো,বাপুৰ পথৰে আগবাঢ়ো সংকল্পৰে শুভাৰম্ভ কৰে এই সংকল্প যাত্ৰাৰ ৷

বিজেপিৰ সংকল্প যাত্ৰা

বিলাসীপাৰা,19 অক্টোবৰঃ মহত্মা গান্ধীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশজুৰি বিজেপিয়ে পালন কৰিছে গান্ধী সংকল্প যাত্ৰা ৷ " মন মে বাপু " শ্লগানৰে বিজেপিয়ে আৰম্ভ কৰা সংকল্প যাত্ৰা সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ 14টা লোকসভা সমষ্টিটো উলিওৱা হৈছে ৷ শনিবাৰে বিলাসীপাৰাত সকলোৱে মিলি নতুন ভাৰত গঢ়ো,বাপুৰ পথৰে আগবাঢ়ো সংকল্পৰে শুভাৰম্ভ কৰে গান্ধী সংকল্প যাত্ৰাৰ ৷

ধুবুৰীত বিজেপিৰ সংকল্প যাত্ৰা

বিজেপিৰ পূৱ ধুবুৰী জিলা সমিতিৰ উদ্যেগত বিলাসীপাৰা খুদনামাৰী এম ভি বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা হয় এই সংকল্প যাত্ৰাৰ ৷ প্ৰায় তিনি শতাধিক দলীয় নেতা কৰ্মীয়ে বিলাসীপাৰাৰ খুদনামাৰী এম ভি বিদ্যালয় খেলপথাৰৰ পৰা সাপটগ্ৰাম হৈ নয়াহাট লৈ যায় ৷

Intro:Anchor - গান্ধী সংকল্প যাত্ৰা, সকলোৱে মিলি নতুন ভাৰত গঢ়োঁ বাপুৰ পথেৰে আগবাঢ়োঁ | এই সংকল্পৰে আজি বিলাসীপাৰাত শুভাৰম্ভ কৰা হয় বি জে পি দলৰ গান্ধী সংকল্প যাত্ৰা | যোৱা ১৫ আক্টোবৰত ধুবুৰী জিলাৰ গোলকগঞ্জৰ পৰা আৰম্ভ হোৱা সংকল্প যাত্ৰা আজি বিলাসীপাৰা পশ্চিম সমষ্টিত উপস্থিত হয় |Body:বি জে পিৰ পুৱ ধুবুৰী জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰাৰ খুদনামাৰী এম ভি বিদ্যালয় খেলপথাৰৰ পৰা উলিয়াই এই সংকল্প যাত্ৰাৰ | প্ৰায় তিনি শতাধিক দলীয় নেতা কৰ্মীয়ে খুদনামাৰীৰ পৰা সাপটগ্ৰাম হৈ নয়াহাট লৈ পদব্ৰজে সংকল্প যাত্ৰা কৰে | Conclusion:Byte সুধীৰ ৰায়, সভাপতি জিলা সমিতি,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.