ETV Bharat / state

বিলাসীপাৰাত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

author img

By

Published : Mar 18, 2021, 10:14 PM IST

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে বিলাসীপাৰাত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল ৷

বিলাসীপাৰাত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল
বিলাসীপাৰাত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

পশ্চিম বিলাসীপাৰা,18 মাৰ্চ: ৰাজ্যত সমাগত নিৰ্বাচন ৷ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ দিন অন্ত পৰিছে ৷ তাৰ মাজতে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে বিলাসীপাৰাত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল কৰিছে ৷

উল্লেখযোগ্য যে, ২৬ নং পশ্চিম বিলাসীপাৰাৰ এআইইউডিএফ-ৰ হাই প্ৰফাইল প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ কাছিমী ৷ ২৭ নং পূৱ বিলাসীপাৰাৰ এজেপিৰ প্ৰাৰ্থী ডাঃ কানুলাল দাস আৰু ২৭ নং পূৱ বিলাসীপাৰাৰ এআইইউডিএফ-ৰ প্ৰাৰ্থী ছামছুল হুদাই মনোনয়ন দাখিল কৰা দেখা যায় । বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ত পৃথকে পৃথকে প্ৰাৰ্থী তিনি গৰাকীয়ে দাখিল কৰে মনোনয়ন পত্ৰ । দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকৰে শক্তি প্ৰদৰ্শন কৰি প্ৰাৰ্থী কেইগৰাকীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷

লগতে পঢ়কঃ প্ৰাক্​ নিৰ্বাচনী হিংসাত উত্তাল চামগুৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.