বিলাসীপাৰা,12 আগষ্ট : সোমবাৰে বিয়লী হঠাতে অহা প্ৰচণ্ড ধুমুহাই পূৱ বিলাসীপাৰাৰ চাপৰত বিস্তৰ ক্ষতি সাধন কৰে। মানুহৰ ঘৰ দুৱাৰ দোকান পোহাৰ স্কুল আদি ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হয়। চাপৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত গছ উভালি পৰাৰ ফলত কিছু সময় যান-জটৰ সৃষ্টি । লগতে ইউছুফ আলি নামৰ লোকজনৰ ৪০৭ গাড়ীখনত গছ উভালি পৰা যথেষ্ট ক্ষতি হয় গাড়ীখনৰ ৷ বঙাইগাঁও জিলাৰ ঢাকনাবাৰীতো ধুমুহাৰ ফলত ক্ষতি হয় বহু লোকৰ ঘৰ-দুৱাৰ ।
বিলাসীপাৰাত কাল ধুমুহা - চাপৰ
বিলাসীপাৰাত ধুমুুহাৰ ফলত বিস্তৰ সম্পত্তিৰ ক্ষতি
![বিলাসীপাৰাত কাল ধুমুহা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4117649-thumbnail-3x2-bilashipara.jpg?imwidth=3840)
বিলাসীপাৰাত কাল ধুমুহা
বিলাসীপাৰা,12 আগষ্ট : সোমবাৰে বিয়লী হঠাতে অহা প্ৰচণ্ড ধুমুহাই পূৱ বিলাসীপাৰাৰ চাপৰত বিস্তৰ ক্ষতি সাধন কৰে। মানুহৰ ঘৰ দুৱাৰ দোকান পোহাৰ স্কুল আদি ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হয়। চাপৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত গছ উভালি পৰাৰ ফলত কিছু সময় যান-জটৰ সৃষ্টি । লগতে ইউছুফ আলি নামৰ লোকজনৰ ৪০৭ গাড়ীখনত গছ উভালি পৰা যথেষ্ট ক্ষতি হয় গাড়ীখনৰ ৷ বঙাইগাঁও জিলাৰ ঢাকনাবাৰীতো ধুমুহাৰ ফলত ক্ষতি হয় বহু লোকৰ ঘৰ-দুৱাৰ ।
বিলাসীপাৰাত কাল ধুমুহা
বিলাসীপাৰাত কাল ধুমুহা
Intro:পূৱ বিলাসীপাৰাৰ চাপৰত ধুমুহাৰ তাণ্ডৱ। গছ ভাঙি পৰি 407 বাহন ক্ষতিগ্ৰস্ত।Body:বিলাসীপাৰা পূৱ, ১২ আগষ্ট:
সোমবাৰে আবেলি হঠাতে অহা কাল ধুমুহাই পূৱ বিলাসীপাৰাৰ চাপৰত বিস্তৰ ক্ষতি সাধন কৰে। মানুহৰ ঘৰ দুৱাৰ দোকান পোহাৰ স্কুল আদি কাল ধুমুহাৰ ফলত ক্ষতি সাধন হয় । চাপৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গছ উভালি পৰাৰ ফলত কিছু সময় যান যটৰ সৃষ্টি । আনহাতে চাপৰৰ আৰিমাৰি বাসিন্দা ইউছুফ আলিৰ ৪০৭ বাহনৰ ওপৰত গছ উভালি পৰাত বাহন খনৰ বিস্তৰ ক্ষতি হয় । বঙাইগাঁও জিলাৰ ঢাকনাবাৰীত বহু লোকৰ ঘৰ-দুৱাৰ ক্ষতি সাধন হয়।Conclusion:BYTE: PUBLIC 1,2
FROM UDAYADITYA ROY, BILASIPARA EAST