ETV Bharat / state

বিলাসীপাৰাৰ ৰাশিদা খাতুনক প্ৰয়োজন আপোনাৰ সহায়ৰ - মধুমেহ ৰোগ

যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণিছে পিতৃয়ে ৷ একে সময়তে কন্যা আক্ৰান্ত হৈছে মধুমেহ ৰোগত ৷ বিলাসীপাৰাৰ এই পৰিয়ালটোক প্ৰয়োজন আপোনাৰ সহায়ৰ ৷

Bilashipara Rashida Khatun
author img

By

Published : Sep 16, 2019, 8:24 AM IST

বিলাসীপাৰা,16 চেপ্তেম্বৰঃ বিলাসীপাৰাৰ চিৰাকুটা 2য় খণ্ড গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ৰাশিদা খাতুন নামৰ ছাত্ৰী গৰাকীয়ে বিগত দুই বছৰ ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছে ৷ একে সময়তে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তথা ছাত্ৰী গৰাকীৰ পিতৃ আমজাদ আলীও সম্প্ৰতি যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণিব লগা হৈছে ৷ এনে পৰিস্থিতিত পিতৃ কন্যা দুয়োৰে চিকিৎসাৰ ব্যয়ত সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটো ৷ সেয়ে দৰিদ্ৰ পৰিয়ালটোৱে তেওঁলোকৰ উন্নত চিকিৎসাৰ বাবে দল সংগঠন তথা সাধাৰণ ৰাইজক সহায় কৰিবলৈ অনুৰোধ জনাইছে ৷ কোনো সদাশয় ব্যক্তিয়ে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বিচাৰিলে United Bank of Indiaৰ হাকামা শাখাৰ একাউন্ট নম্বৰ 1086010223546-IFSC Code UTBIOHAKG66ত অথবা 9954934006 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

বিলাসীপাৰাৰ ৰাশিদা খাতুনক প্ৰয়োজন আপোনাৰ সহায়ৰ

Intro:A. I - বিলাসীপাৰাৰ চিৰাকুটা ২য় খণ্ড গাঁৱৰ এটি অতি দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়াল | পৰিয়ালটিৰ একমাত্ৰ উপাৰ্জনকাৰী আমজাদ আলীৰ লগতে ৰোগ শয্যাত তেৱৰ ১৪ বনৰীয়া কন্যা ৰাশিদা খাতুন | দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিয়ালটোৱে চিকিৎসা ব্যয়ত অগৰাগ হৈ পৰিছে | মৃত্যুৰ সৈতে যুঁজি থকা পৰিয়ালটোৱে সহায় ভিক্ষা বিচাৰিছে হৃদয়বান লোকৰ ওচৰত |Body:V. O - এই গৰাকী গাঁও খনৰ বাসিন্দা আমজাদ আলীৰ কন্যা তথা গৌৰাং জ্যোতি হাই স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী ৰাশিদা খাতুন | মেধাবী ছাত্ৰী গৰাকী বিগত দুই বছৰ মান পূৰ্বে আক্ৰান্ত হৈছিল মধুমেহ ৰোগত | কিশোৰী ছাত্ৰী গৰাকীৰ চিকিৎসা ব্যয়ত সৰ্বশান্ত হৈ পৰিছে পৰিয়ালটিয়ে | আনহাতে পৰিয়াটোৰ একমাত্ৰ উপাৰ্জনকাৰী মূৰব্বী আমজাদ আলী বৰ্তমান যক্ষ্মা ৰোগত আক্ৰান্ত হৈ নিজেও মৃত্যু শয্যাত | সেয়ে শয্যাশায়ী ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটিয়ে | আপোনাৰ সহায় ভিক্ষাই হয়তো অতি দৰিদ্ৰ পৰিয়ালটোৰ মৃত্যু মুখত পৰা পিতৃ কন্যাক জীয়াই তোলাত সহায়ক হব | কোনো সদাশয় ব্যক্তিয়ে সহায় দিব বিচাৰিলে United Bank of India ৰ হাকামা শাখাৰ একাউন্ট নম্বৰ 1086010223546 - IFSC Code UTBIOHAKG66 ত অথবা 9954934006 নম্বৰ মোৱাইল ফোনত যোগাযোগ কৰিব পাৰিব |Conclusion:Byte :- 1. স্হানীয় ৰাইজ।
2. মাতৃ

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.