ETV Bharat / state

বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ কয়লা ভর্তি ট্রাকসহ বহু সামগ্ৰী - seized battle nut loaded truck

বিলাসীপাৰাৰ বেলতলি প্ৰশাসনে চলোৱা এক অভিযানত জব্দ হয় খন কয়লা ভর্তি ট্রাকসহ আন দুখন সামগ্ৰী কঢ়িওৱা ট্ৰাক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷ বিলাসীপাৰাৰ ৰাজহ চক্ৰ বিষয়া শ্বৰফৰাজ হক, চাপৰ ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠকৰ লগতে আয়কৰ বিভাগ,পৰিবহন বিভাগে যুটীয়াভাৱে চলাইছিল অভিযান ৷

bilashipara_police_seized_truck
বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ ট্ৰাক
author img

By

Published : Dec 3, 2019, 11:21 AM IST

পশ্চিম বিলাসীপাৰা,3ডিচেম্বৰ : সোমবাৰে পুৱতি নিশা বিলাসীপাৰাৰ বেলতলিত জব্দ কৰা হয় দুখন কয়লা ভর্তি ট্রাক,এখন কেঁচা সামগ্ৰী সামগ্ৰী কঢ়িওৱা ট্রাক আৰু এখন পান মছলা ভর্তি ট্ৰাক ৷ বিলাসীপাৰা মহকুমাধিপতি মৃদৃল যাদৱ,বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া শ্বৰফৰাজ হক, চাপৰ ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠকৰ লগতে আয়কৰ বিভাগ,পৰিবহন বিভাগে অভিযান চলায় জব্দ কৰে ট্ৰাককেইখন ৷ ইয়াৰে কয়লা ভৰ্তি ট্ৰাকখনৰ চালকজনে পলায়ন কৰে যদিও আৰক্ষীয়ে আন কেইজন চালকক আটক কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা ট্রাককেইখন বিলাসীপাৰা আৰক্ষী থানালৈ লৈ যোৱা হয় ৷

বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ ট্ৰাক

ভাৰতীয় নৌ-সেনাৰ প্ৰথমগৰাকী মহিলা বৈমানিক ছাব লেফ. শিৱাংগী সিং

উল্লেখ্য যে, কিছু দিনৰ পৰা বিলাসীপাৰাত এনেদৰে অভিযান চলায় আহিছে প্ৰশাসনে আৰু পৰৱৰ্তী সময়তো এই অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ৷ বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

Intro:
A.I:- বিলাসীপাৰাত প্ৰশাসনৰ কটকটীয়া তালাচী অভিযান।
বিলাসীপাৰাৰ বেলতলি সোমবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিআলিত নিশা চলিল এক অভিযান। ধুবুৰী জিলা উপায়ুক্তৰ নিৰ্দেশ মর্মে চলিছিল এই তালাচী অভিযান।

Body:বিলাসীপাৰা মহকুমাধিপতি মৃদৃল যাদৱ, বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া ছৰফৰাছ হক, চাপৰ ৰাজহ চক্ৰ বিষয়া নবজিৎ পাঠক আদি কৰি, আয়কৰ বিভাগ, পৰিবহন বিভাগৰ সমূহীয়া উপস্থিতিত চলায় এই অভিযান। সোমবাৰ ৰাতি ১০ বজাৰ পৰা পূৱতি নিশা লৈ চলিল এই তালাচী অভিযান। অভিযানত জব্দ কৰা হয় দুখন কয়লা ভর্তি ট্রাক,এখন কেঁচা সামগ্ৰীৰ ট্রাক , অসমত নিষিদ্ধ পান মছলা ভর্তি এখন ট্ৰাক । জব্দ কৰা এখন কয়লা ট্ৰাকৰ চালকে ছেগ বুজি গাড়ী এৰি পলায়ন কৰে ঘটনাস্থলীৰ পৰা।
জব্দ কৰা বাহন কেইখনৰ নম্বৰ AS 01 FC 3523 , AS 17 B 5474 , WB 41 E 8396, NL 01 Q 7351। জব্দ কৰা ট্রাক সমূহ বিলাসীপাৰা আৰক্ষী থানালৈ লৈ অনা হয়। পৰৱৰ্তী সময়ত এই অভিযান অব্যাহত থাকিব বুলি আমাক জানিবলৈ দিয়ে।Conclusion:পশ্চিম বিলাসীপাৰা পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.