ETV Bharat / state

তিনি সন্তানৰ মাতৃক ধৰ্ষণৰ অপচেষ্টা জনপ্ৰতিনিধিৰ

author img

By

Published : Jan 15, 2020, 11:53 PM IST

গণৰোষৰ বলি হোৱা পঞ্চায়তৰ সভাপতিগৰাকীৰ অৱস্থা সম্প্ৰতি সংকটজনক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইতিমধ্যে তেখেতক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

bilashipara gp-president-scam
তিনি সন্তানৰ মাতৃক ধৰ্ষণৰ অপচেষ্টা জনপ্ৰতিনিধিৰ

বিলাসীপাৰা,15 জানুাৱৰীঃ বিহুৰ উলহ মালহৰ মাজতে বিলাসীপাৰাত সংঘটিত হৈছে এক উদ্বেগজনক ঘটনা ৷ ডুবাচুৰী গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ ৷ উল্লেখ্য যে, পঞ্চায়তখনৰে অধীনস্থ পশুৱাৰখাল 2য় খণ্ড গাঁৱৰ এগৰাকী মহিলাৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ সভাপতি আমিনুল হকৰ বিৰুদ্ধে ৷ সেই সময়তেই মহিলাগৰাকীৰ স্বামী ঘৰত উপস্থিত হৈ অভিযুক্ত আমিনুল হকক উত্তম মাধ্যম সোধাই আৰক্ষীক গটাই দিয়ে ৷ গণৰোষৰ বলি হোৱা পঞ্চায়তৰ সভাপতিগৰাকীৰ অৱস্থা সম্প্ৰতি সংকটজনক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইতিমধ্যে তেখেতক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

Intro:Slug:Bilasipara.Dharsonor chesta Atok Panchayat President,
Date - 15/01/2020
A. I - বিহুৰ উলহ
মাহৰ মাজতে বিলাসীপাৰাত সংঘটিত হৈছে এক উদ্বেগ জনক ঘটনা |
পৰ স্ত্ৰীক ধৰ্ষণৰ চেষ্ঠা চলাওতেই পৰিয়ালৰ লোকৰ হাতত ধৰা পৰিল গাঁও পঞ্চায়তৰ সভাপতি |
অভিযুক্ত আমিনুল হক ডুবাচুৰী গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভাপতি |
Body:. O - বোৱাল কামুৰি ১ম খণ্ড গাঁৱৰ বাসিন্দা তথা ডুবাচুৰি গাঁও পঞ্চায়তৰ সভাপতি আমিনুল হক ওৰফে খুছুৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উঠিছে | পঞ্চায়ত খনৰে অধীনস্থ পশুৱাৰখাল ২য় খণ্ড গাঁৱত এগৰাকী বিবাহিতা মহিলা তথা তিনিটা সন্তানৰ মাতৃ এগৰাকীৰ ঘৰত মঙ্গলবাৰে নিশা অনধিকাৰ প্ৰৱেশ কৰে সভাপতি অামিনুল হকে | মহিলা গৰাকীক তেৱৰে ঘৰৰ কোঠালী এটাত আগ্নেয়াস্ত্ৰৰে ভীতি প্ৰদৰ্শন কৰি ধৰ্ষণৰ চেষ্ঠা চলায় | এনে সময়তে মহিলা গৰাকীৰ স্বামী ঘৰত উপস্থিত হৈ ঘটনা প্ৰত্যক্ষ কৰি লম্পট সভাপতি জনক উত্তম মাধ্যম সোধাই চমজাই দিয়ে আৰক্ষীক | লম্পট সভাপতি জনে এনে জঘন্য কাৰ্য কৰাত গন ৰোষৰ বলিও হয় | ফলত লম্পট জনৰ অৱস্থা সম্প্ৰতি অতি সংকটজনক বুলি জানিব পৰা গৈছে | ইতিমধ্যে লম্পট সভাপতি জনক আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে |
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এইজন লম্পট সভাপতিয়ে মহিলা গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগত গণৰোষৰ বলি হোৱাৰ লগতে ৰঙা ঘৰৰ আলহীয়ো হৈছিল |
Conclusion:Byte 1 মহিলা গৰাকীৰ ভাই শহুৰ,
2A+B দুৰ্ভগীয়া মহিলা |
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.