ETV Bharat / state

বিলাসীপাৰাৰ ৰাণীগঞ্জত ভয়ানক অগ্নিকাণ্ড - অগ্নিকাণ্ডত আহত তিনি জনকৈ লোক

বিলাসীপাৰাৰ ৰাণীগঞ্জ বজাৰত সংঘটিত হোৱা অগ্নিকাণ্ডত আহত তিনি জনকৈ লোক

বিলাসীপাৰাৰ ৰাণীগঞ্জত ভয়ানক অগ্নিকাণ্ড
author img

By

Published : Aug 26, 2019, 6:02 PM IST

বিলাসীপাৰা, 26 আগষ্ট :

  • বিলাসীপাৰাৰ ৰাণীগঞ্জ বজাৰত অগ্নিকাণ্ড
  • ঘৰুৱা বিদ্যুতৰ তাঁৰত অত্যাধিক বিদ্যুৎ পৰিবাহৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত
  • অগ্নিকাণ্ডত তিনি মহলীয়া অট্টালিকাসহ কেইবাটাও বাসগৃহত জুই লাগি ঘৰৰ বিভিন্ন বয়-বস্তু পুৰি ছাই হয়
  • অগ্নিকাণ্ডটোত গুৰুতৰভাৱে আহত হয় তিনি জনকৈ লোক
  • আহত হয় বাহাদুৰ ইছলাম,ৰফিকুল ইছলাম আৰু মস্তাফা ৰহমান সৰকাৰ
  • আহত কেইজনক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
  • অগ্নি নিৰ্বাপন বাহিনীয়ে,আৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত নিৰ্বাপিত কৰে জুই
  • বিদ্যুত বিভাগৰ অভিযন্তা-কৰ্মচাৰীৰ গাফিলতিৰ বাবে এই ঘটনাৰ সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ

Intro:A.I:- বিলাসীপাৰাৰ ৰাণীগঞ্জ বজাৰত অগ্নিকাণ্ড |
ঘৰুৱা বিদ্যুতৰ তাঁৰত ৪৪০ ভোল্ট হৈ অগ্নিকাণ্ডৰ সুত্ৰপাত বুলি জানিব দিয়ে |
তিনি মহলীয়া অট্টালিকা সহ কেবাটাও বাসগৃহত জুই লাগি ঘৰৰ বিভিন্ন বয়-বস্তু পুৰি ছাই হয় লগতে
গুৰুতৰ ভাবে আহত তিনি জন কৈ লোক |
আহত কেইবাজনো হ'ল বাহাদুৰ ইছলাম, ৰফিকুল ইছলাম, আৰু মস্তাফা ৰহমান সৰকাৰ।
আহত কেইবাজনক ধুবুৰী অসামৰিক চিকিতসালয়লৈ প্ৰেৰণ কৰা হয় |Body:ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপন , আৰক্ষী বাহিনী আৰু
স্থানীয় ৰাইজৰ সহযোগত নিৰ্বাপিত কৰে জুই |
বিদ্যুত বিভাগৰ অভিযন্তা কৰ্মচাৰীৰ গাফিলতিত বাবে এই ঘটনাৰ অভিযোগ স্হানীয় ৰাইজৰ।

Conclusion:Byte :1+2 স্হানীয় ৰাইজ
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.