ETV Bharat / state

বিলাসীপাৰাত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ প্ৰতিবাদ - মহাম্মদ সোনাউল্লাহ

৩০ বছৰ সেনাবাহিনীৰ কেপ্টেইন পদত থাকি ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা মহাম্মদ সোনাউল্লাহ নামৰ বিষয়াজনক বিদেশী ন্যায়াধিকৰনণ অবৈধ বিদেশী সজাই ডিটেনচন কেম্পত প্ৰেৰণ কৰাত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ।

বিলাসীপাৰাৰ ৰাজপথত উত্তাল প্ৰতিবাদ
author img

By

Published : Jun 1, 2019, 9:12 PM IST

ধুবুৰী,১জুন : শনিবাৰে বিলাসীপাৰাৰ সোনামুখী ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । ৩০ বছৰ সেনাবাহিনীৰ কেপ্টেইন পদত থাকি ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা মহাম্মদ সোনাউল্লাহ নামৰ বিষয়াজনক বিদেশী ন্যায়াধিকৰনণ অবৈধ বিদেশী সজাই ডিটেনচন কেম্পত প্ৰেৰণ কৰাত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ।

বিলাসীপাৰাৰ ৰাজপথত উত্তাল প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি সেনা বিষয়াজনক বিনা চৰ্তে মুক্তিৰ দাবী কৰে ।

Intro:A.I. বিলাসীপাৰাত মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ প্ৰতিবাদ । বিলাসীপাৰা শনিবাৰে বিয়লি সোনামুখীত ৰাজপথত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ এই প্ৰতিবাদ ।Body:৩০ বছৰ সেনাবাহিনীৰ কেপ্টেইন পদত থাকি ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা মহাম্মদ সোনাউল্লাহ নামৰ বিষয়াজনক বিদেশী ন্যায়াধিকৰনে অবৈধ বেদেশী সজাই ডিটেনচন কেম্পত প্ৰেৰন কৰাত এই প্ৰতিবাদ।Conclusion:সেনা বিযয়াজনক বিনা চৰ্তে মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ এই প্ৰতিবাদ ।

Byte : সম্পাদক, ধুবুৰী জিলা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.