ETV Bharat / state

অচিৰেই ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ আক্ৰাছুৰ - বিলাসীপাৰাত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংবাদ মেল

উল্লেখ্য যে, উক্ত সংবাদমেলত বিতৰ্কিত "কেব" ৰ বিৰোধীতা কৰে সংগঠনটোৱে ৷ কোনো কাৰণতে অসমত কেব গৃহিত হ'বলৈ দিয়া নহ'ব বুলি সংবাদ মেলত স্পষ্ট মন্তব্য কৰে আক্ৰাছুৰ নেতৃত্বই ৷

আক্ৰাছু সংবাদ মেল
আক্ৰাছু সংবাদ মেল
author img

By

Published : Dec 7, 2019, 7:25 PM IST

বিলাসীপাৰা, 7 ডিচেম্বৰ: ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে ৮ ডিচেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত ৰূপায়ন কৰিব জোঁৰ সমদল কাৰ্যসূচী ৷ শুকুৰবাৰে বিলাসীপাৰাত এখন সংবাদমেল সম্বোধন কৰি এই বিষয়ে সদৰী কৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷ বিলাসীপাৰাৰ ডঃ বি,আৰ আম্বেদকাৰ ভৱনত সম্বোধন কৰা এই সংবাদ মেলখনত উপস্থিত থাকে কেন্দ্ৰীয় আক্ৰাছুৰ নেতৃত্ব হিতেশ্বৰ বৰ্মন, কৰ্মেশ্বৰ ৰায়, দিব্যজ্যোতি ডেকা, জীৱেশ ৰায় আৰু দেৱজিৎ ৰায় |

আক্ৰাছু সংবাদ মেল

সংবাদমেলত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজ্যৰ ৬ জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে অচিৰেই ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও চৰকাৰক সকীয়াই দিয়ে ৷ ইয়াৰ বাবে হ'ব পৰা যি কোনো পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলি সংবাদমেলত উল্লেখ কৰে আক্ৰাছুৰ নেতৃত্বই ৷

লগতে পঢ়ক:পিঁয়াজে কন্দুৱাইছে

Intro:Slug:Bilasipara.Aakrsu Press Meet,
Date - 7/12/19
A. I - বিলাসীপাৰাত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু)ৰ সংবাদমেল |
৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষনা |
৮ ডিচেম্বৰৰ পৰা ধাৰাবাহিক ভাবে ৰাজ্যৰ বিভিন্ন জিলাত ৰূপায়ন কৰিব জোঁৰ সমদল |
বিলাসীপাৰাৰ ডঃ বি,আৰ আম্বেদকাৰ ভৱনত সম্বোধন কৰে সংবাদমেল |
Body:সংবাদমেলত উপস্থিত থাকে কেন্দ্ৰীয় আক্ৰাছুৰ নেতৃবৃন্দ হিতেশ্বৰ বৰ্মন, কৰ্মেশ্বৰ ৰায়, দিব্যজ্যোতি ডেকা, জীৱেশ ৰায় আৰু দেৱজিৎ ৰায় |
সংবাদমেলত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজ্যৰ ৬ জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ আক্ৰাছুৰ |
অচিৰেই ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও চৰকাৰক সকীয়াই দিয়ে | আৰু ইয়াৰ বাবে হব পৰা যি কোনো পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হব বুলি সংবাদমেলত উল্লেখ কৰে |
সংবাদমেলত জাতি ধ্বংসী "কেব" ৰো বিৰোধীতা কৰে আক্ৰাছুৰ নেতৃবৰ্গই |
Conclusion:পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.