ETV Bharat / state

বিলাসীপাৰাতো আমছুৰ প্ৰতিবাদঃ আপত্তি দৰ্শোৱাৰ নামত ৰাইজক অযথা হাৰাশাস্তি বন্ধ কৰক - বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়

NRC প্ৰক্ৰিয়াত অযথা আপত্তি দৰ্শাই হাৰাশাস্তি কৰাৰ অভিযোগত বিলাসীপাৰা আমছুৱে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী | আপত্তি দৰ্শোৱাৰ নামত ৰাইজক অযথা হাৰাশাস্তি বন্ধ কৰাৰ দাবী বিলাসীপাৰা জিলা আমছুৰ ৷

বিলাসীপাৰাত আমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট
author img

By

Published : May 13, 2019, 5:39 PM IST

বিলাসীপাৰা, 13 মে': বিলাসীপাৰাতো সোমবাৰে জিলা আমছুৱে পালন কৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট । বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত পালন কৰা হয় অৱস্থান ধৰ্মঘট | NRC উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰকৃত ভাৰতীয়ৰ নামত অযথা আপত্তি দৰ্শোৱাই হাৰাশাস্তি কৰাৰ অভিযোগত ছাত্ৰ সংগঠনটোৱে হাতত লয় এই প্ৰতিবাদী কাৰ্যসূচীৰ | ৰাইজক অযথা হাৰাশাস্তি বন্ধ কৰাৰ দাবী বিলাসীপাৰা জিলা আমছুৰ |

বিলাসীপাৰাত আমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

আনহাতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিচত অহা সকলো বিদেশীকে বৰ্জন কৰি বিদেশীমুক্ত এখন শুদ্ধ NRC প্ৰস্তুত কৰাৰো দাবী তোলে প্ৰতিবাদী ছাত্ৰ নেতা সকলে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পিচতে বিলাসীপাৰাৰ মহকুমাধিপতিৰ জৰিয়তে ধুবুৰী জিলা নাগৰিক পঞ্জীয়কলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে |

Intro:A. I - বিলাসীপাৰাতো সোমবাৰে জিলা আমছুৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন । বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মূখত পালন অৱস্থান ধৰ্মঘট | NRC ত প্ৰকৃত ভাৰতীয়ৰ নামত অযথা আপত্তি দৰ্শোৱাই হাৰাশাস্তি কৰাৰ অভিযোগত ছাত্ৰ সংগঠনটোই পালন কৰে অৱস্থান ধৰ্মঘট |Body:অাপত্তি দৰ্শোৱাৰ নামত ৰাইজক অযথা হাৰাশাস্তি বন্ধ কৰাৰ দাবী বিলাসীপাৰা জিলা আমছুৰ | আনহাতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলোক বিদেশী বৰ্জিত এখন NRC প্ৰস্তুত কৰাৰো দাবী তোলে প্ৰতিবাদী ছাত্ৰ নেতা কৰ্মী সকলেConclusion:অৱস্থানৰ পিছতে বিলাসীপাৰাৰ মহকুমাধিপতিৰ জৰিয়তে ধুবুৰী জিলা নাগৰিক পঞ্জীয়ক লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে |
Bite আব্দুল ওহাব, সভাপতি জিলা আমছু,

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.