ধুবুৰী, 15 এপ্ৰিল: তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন প্ৰতিযোগিতাখনত আজি বিভিন্ন কাৰ্যসূচীৰ লগতে 22 গৰাকী শিশু শিল্পীৰ মাজত বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিহুৱান সকলৰ মাজতো প্ৰতিযোগিতা অনুষ্ঠিত কৰে আয়োজকসকলে। তিনিদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনা সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত কেইবাগৰাকী সংগীত শিল্পীয়ে সংগীত পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে।
ধুবুৰীত বিহু প্ৰতিযোগিতা - ধুবুৰী
ৰঙালী আনন্দত উখল মাখল সমগ্ৰ ৰাজ্য। চৌপাশে ঢোলৰ গুমগুমণি, পেঁপাৰ লহৰ। ব্যতিক্ৰম নহয় ধুবুৰী। ধুবুৰীৰ প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত 14 এপ্ৰিলৰ পৰা কণ কণ শিশুসকলৰ মাজত আয়োজন কৰা হৈছে বিহু প্ৰতিযোগিতা।
কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত ধুবুৰীত বিহু প্ৰতিযোগিতা
ধুবুৰী, 15 এপ্ৰিল: তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন প্ৰতিযোগিতাখনত আজি বিভিন্ন কাৰ্যসূচীৰ লগতে 22 গৰাকী শিশু শিল্পীৰ মাজত বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিহুৱান সকলৰ মাজতো প্ৰতিযোগিতা অনুষ্ঠিত কৰে আয়োজকসকলে। তিনিদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনা সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত কেইবাগৰাকী সংগীত শিল্পীয়ে সংগীত পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে।
Intro: ধুবুৰীত বিহু প্ৰতিযোগিতা। দেওবাৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া ৰঙালী বিহু উদযাপনৰ আজি দ্বিতীয় দিন। প্ৰতিযোগিতাত কঁকাল ভাঙি নাচিছে কণ কণ শিশু সকলে।
Body: চৌপাশে ঢোলৰ গুমগুমণি। ৰঙালী আনন্দত উখল মাখল ৰাজ্য। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কোনোক্ষেত্ৰতেই ব্যতিক্ৰম নহয় ধুবুৰী। ধুবুৰীত বিহু প্ৰতিযোগিতা। দেওবাৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া ৰঙালী বিহু উদযাপনৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনা বিভিন্ন কাৰ্য্যসূচীৰ লগতে ২২ গৰাকী শিশু শিল্পীৰ মাজত বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিবাৰৰ দৰে এইবেলিও ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে তিনিদিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহুটি। আজি বিহুৱান সকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰে আয়োজক সকলে।
Conclusion: তিনিদিনীয়া কাৰ্য্যসূচীৰ কাইলৈ অন্তিম দিনাও বিভিন্ন কাৰ্য্যসূচীৰ উপৰি সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। কেইবাগৰাকী সংগীত শিল্পীয়ে এই সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।