ETV Bharat / state

চাপৰৰ গেছ এজেন্সিত BIEO ৰ অভিযান

author img

By

Published : May 6, 2019, 8:12 PM IST

এজেন্সিটোৰ বিষয়া-কৰ্মচাৰীৰ লুণ্ঠনত অতিষ্ঠ গ্ৰাহকে অৱশেষত আশ্ৰয় ল’লে BIEO (Bureau of Investigation of Economic Offences) ৰ । যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে হঠাৎ BIEO ৰ দল এটাই অভিযান চলায় এজেন্সিটোত ৷

চাপৰৰ গেছ এজেন্সিত BIEO ৰ অভিযান

ধুবুৰী, 6 মে': পূৱ বিলাসীপাৰাৰ চাপৰৰ মহামায়া গেছ এজেন্সিত প্ৰধানমন্ত্ৰী উজলা যোজনাৰ অধীনত গেছ বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন । এজেন্সিটোৰ বিষয়া-কৰ্মচাৰীৰ লুণ্ঠনত অতিষ্ঠ গ্ৰাহকে অৱশেষত আশ্ৰয় ল’লে BIEO (Bureau of Investigation of Economic Offences) ৰ । যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে হঠাৎ BIEO ৰ দল এটাই অভিযান চলায় এজেন্সিটোত । অভিযানকাৰী দলটোক তীব্ৰ বাক্য বানেৰে থকা সৰকা কৰে উপস্থিত ৰাইজে । ইপিনে, অভিযানকাৰী দলটোৱে ঘটনা সংক্ৰান্তত বিলাসীপাৰাৰ ৰাতুল চক্ৰৱৰ্তী নামৰ ব্যক্তি এজনৰ ঘৰতো অভিযান চলায় । ব্যক্তি গৰাকীৰ লগত অভিযানকাৰী দলটোৱে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে ৰাতুল চক্ৰৱৰ্তীয়ে ৷

Intro:পূৱ বিলাসীপাৰাৰ চাপৰৰ গেছ এজেন্সিত BIEO ৰ অভিযানBody:পূৱ বিলাসীপাৰা:

পূৱ বিলাসীপাৰাৰ চাপৰৰ মহামায়া গেছ এজেন্সিত প্ৰধানমন্ত্ৰী উজ্বালা যোজনাৰ অধীনত গেছ বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । এজেন্সিটোৰ বিষয়া-কৰ্মচাৰীৰ লুন্ঠনত অতিষ্ঠ গ্ৰাহকে অৱশেষত আশ্ৰয় ললে BIEO । সোমবাৰে হঠাৎ BIEO ৰ দল এটাই অভিযান চলায় এজেন্সিটোত ।অভিযান কাৰী দলটোক তীব্ৰ বাক্য বানেৰে থকাসৰকা কৰে উপস্থিত ৰাইজে । ইপিনে, অভিযানকাৰী দলটোৱে ঘটনা সংক্ৰান্তত বিলাসীপাৰাৰ ৰাতুল চক্ৰৱৰ্তী নামৰ ব্যক্তি এজনৰ ঘৰতো অভিযান চলায় । ব্যক্তি গৰাকীৰ লগত অভিযানকাৰী দলটোৱে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে ৰাতুল চক্ৰৱৰ্তী এ।Conclusion:Byte- 1. অভিযান কাৰী বিষয়া ।

2. ৰাইজ

3. ৰাতুল চক্ৰৱৰ্তী

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.