- মঙলবাৰেও অব্যাহত আছে অসম-বংগ সীমান্তৱৰ্তী বংগ খণ্ডত নিৰ্বাচনী হিংসা
- বিগত নিৰ্বাচনত পশ্চিমবংগ আৰক্ষীয়ে তৃণমুল কংগ্ৰেছক সহায় কৰাৰ অভিযোগ বিজেপিৰ
- বিজেপিৰ দ্বাৰা কোচবিহাৰ এছ পি কাৰ্যালয় ঘেৰাও কাযৰ্সূচী
- দুই শতাধিক বিজেপি কৰ্মী-সমৰ্থকৰ তুফানগঞ্জৰ পৰা কোচবিহাৰ অভিমুখে সমদল
- মাৰুগঞ্জত সমদলকাৰীক বাধা প্ৰদান কৰি আৰক্ষীৰ লাঠীচালনা
- দুয়োপক্ষৰ খণ্ডযুদ্ধত দুয়োপক্ষৰ অৰ্ধশতাধিক আহত
- আহতসকলক কোচবিহাৰ চিকিৎসালয়ত ভৰ্তি
- অগ্নিগৰ্ভা বংগত কেতিয়া শান্তি ঘুৰি আহিব তাৰে অপেক্ষাত সাধাৰণ ৰাইজ
অসম-বংগ সীমান্তৱৰ্তী বংগ খণ্ডত অব্যাহত নিৰ্বাচনী হিংসা
বিজেপিৰ দ্বাৰা কোচবিহাৰ এছ পি কাৰ্যালয় ঘেৰাও কাযৰ্সূচী ৷ দুই শতাধিক বিজেপি কৰ্মী-সমৰ্থকৰ তুফানগঞ্জৰ পৰা কোচবিহাৰ অভিমুখে সমদল ৷
অসম-বংগ সীমান্তৱৰ্তী বংগ খণ্ডত অব্যাহত নিৰ্বাচনী হিংসা
- মঙলবাৰেও অব্যাহত আছে অসম-বংগ সীমান্তৱৰ্তী বংগ খণ্ডত নিৰ্বাচনী হিংসা
- বিগত নিৰ্বাচনত পশ্চিমবংগ আৰক্ষীয়ে তৃণমুল কংগ্ৰেছক সহায় কৰাৰ অভিযোগ বিজেপিৰ
- বিজেপিৰ দ্বাৰা কোচবিহাৰ এছ পি কাৰ্যালয় ঘেৰাও কাযৰ্সূচী
- দুই শতাধিক বিজেপি কৰ্মী-সমৰ্থকৰ তুফানগঞ্জৰ পৰা কোচবিহাৰ অভিমুখে সমদল
- মাৰুগঞ্জত সমদলকাৰীক বাধা প্ৰদান কৰি আৰক্ষীৰ লাঠীচালনা
- দুয়োপক্ষৰ খণ্ডযুদ্ধত দুয়োপক্ষৰ অৰ্ধশতাধিক আহত
- আহতসকলক কোচবিহাৰ চিকিৎসালয়ত ভৰ্তি
- অগ্নিগৰ্ভা বংগত কেতিয়া শান্তি ঘুৰি আহিব তাৰে অপেক্ষাত সাধাৰণ ৰাইজ
Intro: অসম বংগ সীমান্তবৰ্তী বংগ খণ্ডত আজিও অব্যাহত নিৰ্বাচনী হিংসা | বিজেপি সমৰ্থকে ভাঙে আৰক্ষীৰ গাড়ী|
Body:
V/O অসম বংগ সীমান্তৰ কাষৰীয়া বংগ ক্ষেত্ৰত আজিও বিৰাজ কৰিছে উত্তেজনা| বিগত নিৰ্বাচনত পশ্চিম বংগ আৰক্ষী শাসকীয় তৃনমুল কংগ্ৰেছক সহায় কৰাৰ অভিযোগত আজি আছিল বিজেপিৰ কোচবিহাৰ SP OFFICE ঘেৰাও কাযৰ্সূচী| কাৰ্যসূচীত অংশগ্ৰহনৰ বাবে দুই শতাধিক বিজেপি কৰ্মী সমৰ্থক তুফানগঞ্জৰ পৰা কোচবিহাৰ অভিমুখে সমদল উলিয়ায় | মাৰুগঞ্জত আৰক্ষীয়ে সমদলকাৰীক বাধা দিয়াৰ লগতে লাঠীচালনা কৰে | দুয়োপক্ষৰ খণ্ডযুদ্ধত দুয়োপক্ষৰ অৰ্ধশতাধিক আহত হয় | আটাইকেইজন কোচবিহাৰ এমএম হচপিটালত চিকিত্সাধীনConclusion:অগ্নিগৰ্ভা বংগত কেতিয়া শান্তি ঘুৰি আহিব তাৰে অপেক্ষাত ৰাইজ