ETV Bharat / state

অগপত অথন্তৰঃ ক্ষুব্ধ প্ৰাক্তন অগপ নেতা নুৰুল হুছেইন - etv bharat

নিৰ্বাচনী বিধি অনুসৰি প্ৰতিগৰাকী প্ৰাৰ্থীৰ লগত মুঠ পাঁচজনকৈ লোকহে উপস্থিত থাকিব পাৰে মনোনয়ন দাখিলৰ সময়ত। দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰিবলৈ গৈ ক্ষুব্ধ প্ৰাক্তন অগপ নেতা নুৰুল হুছেইন।

অগপ অথন্তৰঃ ক্ষুব্ধ প্ৰাক্তন অগপ নেতা নুৰল হুছেইন
author img

By

Published : Apr 3, 2019, 8:01 PM IST

ধুবুৰী, 3 এপ্ৰিলঃ বুধবাৰে অগপ বিজেপি আৰু বি পিএফ মিত্ৰ দলৰ প্ৰাৰ্থী মনোনয়ন দাখিল কৰাৰ সময়ত লাগিল অথন্তৰ। দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰিবলৈ গৈ ক্ষুব্ধ প্ৰাক্তন অগপ নেতা নুৰুল হুছেইন। দৰাচলতে অগপ বিজেপি আৰু বি পি এফ মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ উপস্থিত হয় ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত। নিৰ্বাচনী বিধি অনুসৰি প্ৰতিগৰাকী প্ৰাৰ্থীৰ লগত মুঠ পাঁচজনকৈ লোকহে উপস্থিত থাকিব পাৰে মনোনয়ন দাখিলৰ সময়ত। সেই অনুসৰি বিজেপি বিধায়ক অশোক সিংঘাল, বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু বি পি এফ নেতা বনেন্দ্ৰ কুমাৰ মুছাহাৰী উপস্থিত থাকে।

অগপ অথন্তৰঃ ক্ষুব্ধ প্ৰাক্তন অগপ নেতা নুৰল হুছেইন
কিন্তু ক্ষন্তেক পিছত হঠাৎ ভিতৰলৈ সোমাই আহে। চাওক ভিতৰত সোমোৱাৰ লগে লগে ক্ষুব্ধ হৈ পৰিল অগপৰ প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন। কাৰণ নিৰ্দিষ্ট পাঁচজনৰ ভিতৰত নাম নাই নুৰুল হুছেইনৰ। ফলত ক্ষুব্ধ হৈ তেওঁৰ বাবে এৰি দিয়া আসনত নবহি দূৰলৈ গ'ল। প্ৰথমে প্ৰাৰ্থী জাবেদ ইছলামউঠি গ'ল। তাৰ পিছত উঠি যায়বিপিএফ নেতা বনেন্দ্ৰ কুমাৰ মুছাহাৰী। কিন্তু ক্ষুব্ধ নেতা গৰাকীৰ ক্ষোভ নকমে। অৱশেষত নিয়ন্ত্ৰণলৈ আহে নেতাগৰাকীৰ ক্ষোভ। আৰু পৰিস্থিতিও নিয়ন্ত্ৰণ হয়। যদিও এনে অনাকাংক্ষিত আৰু অথন্তৰৰ ঘটনাই স্বাভাৱিকতে স্তম্ভিতকৰি গৈছিল সকলোকে। কিন্তু এই সমগ্ৰ ঘটনা ভুল বুজাবুজিৰ বাবে হোৱা বুলি পৰৱৰ্তী সময়ত উল্লেখ কৰে অগপ নেতা নুৰল হুছেইনে।

Intro: আজি অগপ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী মনোনয়ন দাখিল কৰাৰ সময়ত লাগিল অথন্তৰ। ক্ষুব্ধ প্ৰাক্তন অগপ নেতা নুৰল হুছেইন।

Body: হয়, আজি অগপ বিজেপি আৰু বিপিএফ মিত্ৰ দলৰ প্ৰাৰ্থী মনোনয়ন দাখিল কৰাৰ সময়ত লাগিল অথন্তৰ। দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰিবলৈ গৈ ক্ষুব্ধ প্ৰাক্তন অগপ নেতা নুৰল হুছেইন। দৰাচলতে অগপ বিজেপি আৰু বিপিএফ মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ উপস্থিত হয় ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত। নিৰ্বাচনী বিধি অনুসৰি প্ৰতিগৰাকী প্ৰাৰ্থীকে ধৰি মুঠ পাঁচজনকৈ লোক উপস্থিত থাকিব পাৰে। সেই অনুসৰি বিজেপি বিধায়ক অশোক শিংহী, বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু বিপিএফ নেতা বনেন্দ্ৰ কুমাৰ মুছাহাৰী। কিন্তু ক্ষন্তেক পিছত হঠাৎ ভিতৰলৈ সোমাই আহে। চাওক ভিতৰত সোমোৱাৰ লগে লগে ক্ষুব্ধ হৈ পৰিল অগপৰ প্ৰাক্তন মন্ত্ৰী নুৰল হুছেইন। কাৰণ নিৰ্দিষ্ট পাঁচজনৰ ভিতৰত নাম নাই নুৰল হুছেইনৰ। ফলত ক্ষুব্ধ হৈ তেওঁৰ বাবে এৰি দিয়া আসনত নবহি দূৰলৈ গল। প্ৰথমে প্ৰাৰ্থী জাবেদ ইছলামে উঠি গল। তাৰ পিছত উঠি গল বিপিএফ নেতা বনেন্দ্ৰ কুমাৰ মুছাহাৰী। কিন্তু ক্ষুব্ধ নেতা গৰাকীৰ ক্ষোভ নকমে। অৱশেষত নিয়ন্ত্ৰনলৈ আহে নেতা গৰাকীৰ ক্ষোভ। আৰু পৰিস্থিতিও নিয়ন্ত্ৰণ হয়। যদিওঁ এনে অনাকাংক্ষিত আৰু অথন্তৰৰ ঘটনাই স্বাভাৱিকতে স্তম্বিত কৰি গৈছিল সকলোকে।
কিন্তু এই সমগ্ৰ ঘটনা ভুল বুজাবুজিৰ বাবে হোৱা বুলি পৰৱৰ্তী সময়ত উল্লেখ কৰে অগপ নেতা নুৰল হুছেইনে।

Conclusion: যদিওঁ এই ঘটনাৰ পিছত স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.