ETV Bharat / state

পশ্চিম বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড - বিলাসীপাৰা

উল্লেখ্য যে জুইৰ লেলিহান শিখাই তিনিটা পৰিয়ালৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ সহ প্ৰায় দহ লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত কৰে

পশ্চিম বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডঃ ভস্মীভূত লক্ষাধিক টকাৰ সা সম্পত্তিপশ্চিম বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডঃ ভস্মীভূত লক্ষাধিক টকাৰ সা সম্পত্তি
author img

By

Published : Apr 28, 2019, 10:06 AM IST

বিলাসীপাৰা, 28 এপ্ৰিলঃ শনিবাৰে নিশা পশ্চিম বিলাসীপাৰাৰ পশুৱাৰখাল 2য় খণ্ড গাঁৱত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত ভস্মীভূত হয় গাঁওখনৰ তিনিটা পৰিয়ালৰ পাঁচটাকৈ বাসগৃহ, লগতে পৰিয়ালকেইটাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰসহ প্ৰায় দহ লক্ষাধিক টকাৰ সা সম্পত্তি ৷

পশ্চিম বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডঃ ভস্মীভূত লক্ষাধিক টকাৰ সা সম্পত্তি

আৰু পঢ়ক কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সা সম্পত্তি ধংস

উল্লেখ্য যে হবিবৰ ৰহমানৰ ৰান্ধনি ঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত জুইৰ লেলিহান শিখাই নিমিষতে চুবুৰীয়া ছামাদ আলী আৰু আব্দুৰ ৰহমানৰ বাসগৃহ ভস্মীভূত কৰে| পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাত কথমপি ৰক্ষা পৰে ওচৰ চুবুৰীয়াৰ অন্যান্য বাসগৃহসমূহ |

Intro:A. I - শনিবাৰে নিশা বিলাসীপাৰা মহকুমাৰ মাজেৰে হৈ যোৱা প্ৰৱল ধুমুহা শিলা বৃষ্টিৰ আতংকৰ মাজতে সংঘটিত হয় আন এক লোমহৰ্ষক ঘটনাৰ | পশ্চিম বিলাসীপাৰাৰ পশুৱাৰখাল ২য় খণ্ড গাঁৱত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ |Body:অগ্নিকাণ্ডত গাঁও খনৰ তিনিটা পৰিয়ালৰ পাঁচটাকৈ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় | গাঁও খনৰ বাসিন্দা হবিবৰ ৰহমানৰ ৰান্ধনি ঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় লোকৰ | নিশা সংঘটিত হোৱা এই জুইৰ লেলিহান শিখাই নিমিষতে চুবুৰীয়া ছামাদ আলী আৰু আব্দুৰ ৰহমানৰ বাসগৃহলৈ বিয়পি পৰে | ফলত পৰিয়াল তিনিটাৰ ৫ কৈ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভুত হয় | Conclusion:অগ্নিকাণ্ডত পৰিয়াল তিনিটাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ সহ প্ৰায় দহ লক্ষাধিক টকাৰ সা সম্পত্তি পুৰি ছাইত পৰিণত বুলি জানিব পৰা গৈছে | পৰবৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰাত কথমপি ৰক্ষা পৰে ওচৰ চুবুৰীয়াৰ অন্যান্য বাসগৃহ সমূহ |
Bite দুৰ্ভগীয়া পৰিয়ালৰ আত্মীয়,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.