ETV Bharat / state

15 দিনৰ বাবে বন্ধ থাকিব ধুবুৰী জিলাৰ সকলো শিক্ষানুষ্ঠান - ধুবুৰী জিলা প্ৰশাসন

ধুবুৰীত ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত সংখ্যা ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ অধ্যক্ষ দেৱ কুমাৰ কলিতাই এক নিৰ্দেশ জাৰি কৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে ৷

15 দিনৰ বাবে বন্ধ থাকিব ধুবুৰী জিলাৰ সকলো শিক্ষানুষ্ঠান

author img

By

Published : Apr 30, 2021, 9:26 PM IST

ধুবুৰী, 30 এপ্ৰিল : বিগত দহটা দিনত ধুবুৰী জিলাত ক'ভিড আক্ৰান্তৰ সংখ্যা 300 ৰো অধিক হোৱা পাচতে ধুবুৰী জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ধুবুৰী জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ অধ্যক্ষ দেৱ কুমাৰ কলিতাই এক নিৰ্দেশ জাৰি কৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে ৷

15 দিনৰ বাবে বন্ধ থাকিব ধুবুৰী জিলাৰ সকলো শিক্ষানুষ্ঠান
15 দিনৰ বাবে বন্ধ থাকিব ধুবুৰী জিলাৰ সকলো শিক্ষানুষ্ঠান

প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ চৰকাৰী আৰু বেচৰকাৰী সকলো শিক্ষানুষ্ঠান, হোষ্টেল আৰু কোচিং চেন্টাৰ বন্ধ কৰাৰ নিৰ্দেশ দিছে ধুবুৰী জিলা প্ৰশাসনে ৷ তাৎক্ষণিকভাৱে জাৰি কৰা এই নিৰ্দেশ ১৫ দিনৰ বাবে বাহাল থাকিব বুলি জানিবলৈ দিছে ধুবুৰী জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ অধ্যক্ষ দেৱ কুমাৰ কলিতাই ৷

লগতে পঢ়ক: ১ মে'ত অসমৰ ১৮ বছৰ উৰ্ধৰ লোকে নাপাব প্ৰতিষেধক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.