ETV Bharat / state

শিখা শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ দেশী জনগোষ্ঠীয় মঞ্চৰ

লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে দেশী জনগোষ্ঠীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ(Deshi Janagosthiya manch protest) । ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শিখা শৰ্মাক গ্ৰেপ্তাৰ দাবী উত্থাপন কৰে দেশী জনগোষ্ঠীয় মঞ্চৰ ধুবুৰী জিলা সমিতিয়ে ৷

author img

By

Published : Dec 4, 2021, 10:51 PM IST

Deshi Janagosthiya mancha protest against sikha sarma
শিখা শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ দেশী জনগোষ্ঠীয় মঞ্চৰ

ধুবুৰী, 4 ডিচেম্বৰ : লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দেশী জনগোষ্ঠীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ(Protest against Sikha Sarma) । শুকুৰবাৰে নিশা ঐতিহাসিক পানবাৰী মছজিদত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ গৈ দেশী জনগোষ্ঠীক লৈ বিতৰ্কিত মন্তব্য কৰাৰ লগতে দেশী কোন বুলি প্ৰশ্ন উত্থাপন কৰিছিল লেখিকা শিখা শৰ্মাই ।

তাৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে দেশী জনগোষ্ঠীয় মঞ্চ । শনিবাৰে সদৌ অসম দেশী জনগোষ্ঠীয় মঞ্চ(All Assam Deshi Janagosthiya manch)ৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত শিখা শৰ্মাৰ বিৰুদ্ধে হাতে হাতে প্লে'কাৰ্ড ৰাজপথলৈ ওলাই আহি শতাধিক দেশী জনগোষ্ঠীয় লোক ৷

শিখা শৰ্মাৰ মুর্দাবাদ, শিখা শৰ্মা গ' বেক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদীকাৰী সকলে ৷ ইপিনে, শিখা শৰ্মাৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে দেশী জনগোষ্ঠীয় মঞ্চই ৷ লগতে শিখা শৰ্মাক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে দেশী জনগোষ্ঠীয় মঞ্চই ৷

লগতে পঢ়ক: Propaganda Against Akhil: শিৱসাগৰ টাউনত হোৱা উচ্ছেদৰ লগত জড়িত অখিল গগৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.