ETV Bharat / state

ধুবুৰীত চোৰাং গৰু সহ দুই সৰবৰাহকাৰী আটক - ভাৰত বাংলাদেশ সীমান্ত

ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ নালীয়াত চোৰাং গৰু সহ দুই গৰু সৰবৰাহকাৰী আটক কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ ধৃত সৰবৰাহকাৰী দুটাক সুৰক্ষা বাহিনীয়ে আটক কৰি ইতিমধ্যে গতাই দিয়ে নালিয়া আৰক্ষীক ।

ETV BHARAt
ধুবুৰীত চোৰাং গৰু সহ দুই সৰবৰাহকাৰী আটক
author img

By

Published : May 27, 2020, 5:59 PM IST

ধুবুৰী, 27 মেঃ লকডাউনৰ মাজত ভাৰত বাংলাদেশ সীমান্তত আটক হয় গৰু সহ দুই গৰু সৰবৰাহকাৰী । ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ নালীয়াত গৰু সহ দুই গৰু সৰবৰাহকাৰী আটক কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ ইতিমধ্যে সুৰক্ষা বাহিনীয়ে আটক কৰি গতাই দিয়ে নালিয়া আৰক্ষীক । অবৈধভাৱে বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ সময়তেই আটক কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে । ধৃত সৰবৰাহকাৰী দুই নালিয়া গাঁৱৰ ছোলেমান আলী আৰু ফিৰদ্দুছ আলী বুলি চিনাক্ত কৰা হৈছে ।

2 Cow Thief Arrested By Police in Dhubri Border
ধুবুৰীত চোৰাং গৰু সহ দুই সৰবৰাহকাৰী আটক

ঘটনা অনুসৰি বুধবাৰে পুৱতি নিশা ভাৰত বাংলাদেশ সীমান্তৰ কেদাৰেৰে তিনিটাকৈ গৰু বাংলাদেশলৈ সৰবৰাহৰৰ প্ৰচেষ্টা চলায় ধৃত দুই সৰবৰাহকাৰীয়ে । সীমান্ত সুৰক্ষা বাহিনীয়ে দুই সৰবৰাহকাৰীক আটক কৰাৰ লগতে এটা গৰু জব্দ কৰিবলৈ সক্ষম হয় । তাৰোপৰি আন দুটা গৰু এৰাল পৰি গাঁৱৰ মাজলৈ সোমাই যায় বুলি জানিবলৈ পোৱা গৈছে ৷ ইতিমধ্যে সীমান্তত গৰুৰ সৰবৰাহৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

লগতে পঢ়ক-প্ৰতি ঘণ্টাত ৫ ছেন্টিমিটাৰকৈ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.