ETV Bharat / state

চাপৰত আৰক্ষীয়ে আটক কৰিলে 11 জন বুকী - ধৃত লোক কেইজনৰ পৰা 7 হাজাৰ টকা আৰু 7 টা মোবাইল জব্দ

পূৱ বিলাসীপাৰা চাপৰত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযানত 11 জন বুকী আৰু খেলুৱৈক আটক কৰে ৷

চাপৰত আৰক্ষীয়ে আটক কৰিলে 11 জন বুকী
author img

By

Published : Aug 21, 2019, 8:16 AM IST

  • চাপৰত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
    চাপৰত আৰক্ষীয়ে আটক কৰিলে 11 জন বুকী
  • আৰক্ষীৰ অভিযানত ১১ জন বুকী সহ খেলুৱৈক আটক
  • এক গোপন সূত্ৰৰ পম খেদি আটক কৰে লোক কেইজনক
  • ধৃত লোক কেইজনৰ পৰা 7 হাজাৰ টকা আৰু 7 টা মোবাইল জব্দ কৰে আৰক্ষীয়ে
  • অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে

  • চাপৰত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
    চাপৰত আৰক্ষীয়ে আটক কৰিলে 11 জন বুকী
  • আৰক্ষীৰ অভিযানত ১১ জন বুকী সহ খেলুৱৈক আটক
  • এক গোপন সূত্ৰৰ পম খেদি আটক কৰে লোক কেইজনক
  • ধৃত লোক কেইজনৰ পৰা 7 হাজাৰ টকা আৰু 7 টা মোবাইল জব্দ কৰে আৰক্ষীয়ে
  • অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে
Intro:চাপৰত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

আৰক্ষীৰ জালত ১১ জনকৈ বুকী সহ খেলুৱৈ

নগদ সাত হাজাৰ টকা আৰু ৭ টা মোবাইল জব্দBody:পূৱ বিলাসীপাৰা,২১ আগষ্ট:

পূৱ বিলাসীপাৰাৰ চাপৰত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। চাপৰ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পোম খেদি চাপৰৰ বিভিন্ন স্থানৰ পৰা ১১ জনকৈ তীৰ খেলৰ বুকী আৰু খেলুৱৈ আটক কৰিবলৈ সক্ষম হয়। উক্ত আটকাধীন ব্যক্তি কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ প্ৰায় ৭০০০ টকাৰ লগতে ৭টা কৈ মোবাইল ফোন আৰু তীৰ খেলৰ বহু সামগ্ৰী। সম্প্ৰতি আটকাধীন ব্যক্তি কেইজন চাপৰ আৰক্ষীৰ জিম্মাত আছে।Conclusion:দীৰ্ঘদিনৰ পৰা চাপৰত চলি আহিছিল তীৰ খেলৰ ৰমৰমীয়া ব্যৱসায়।

BYTE : OC CHAPAR

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.