ETV Bharat / state

জোনাইত ‘টি এ মপি কে' ৰ প্ৰতিষ্ঠা দিৱস পালন - জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু

বৃহস্পতিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন টি এম পি কেৰ প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে কণ কণ শিশুৰ মাজত সাঁতুৰ প্ৰতিযোগিতা ৷

জোনাইত পালন ‘টি এ মপি কে' ৰ প্ৰতিষ্ঠা দিৱস
author img

By

Published : Oct 17, 2019, 9:14 PM IST

জোনাই,17 অক্টোবৰ: আজি দিনজোৰা কাৰ্যসূচীৰে মিচিং বসতি প্ৰধান অঞ্চলসমূহত উদযাপন কৰা হয় অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সমাজৰ অগ্ৰণী জাতীয় সংগঠন‘‘ টাকাম মিচিং পৰিণ কৗবাং’’ চমুকৈ ‘‘টি এম পি কে’’ৰ 48 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷

টি এ মপি কে' ৰ 48 সংখ্যক প্ৰতিষ্ঠা দিৱস
টি এ মপি কে' ৰ 48 সংখ্যক প্ৰতিষ্ঠা দিৱস

এই প্ৰতিষ্ঠা দিৱস উপলক্ষে জোনাই আঞ্চলিক সমিতিৰ উদ্যোগতো জোনাই সদৰত অৱস্থিত মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱন প্ৰাংগণত উলহ মালহেৰে পালন কৰা হয় এই দিৱস ৷ লগতে মিচিং ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় কাংকিন কৗবাং অৰ্থাৎ চিনাকি সভা ৷ টি এম পি কেৰ পতাকা উত্তোলন,শ্বহীদ তৰ্পনৰ লগতে অনুষ্ঠিত কৰা হয় বিভিন্ন প্ৰতিযোগিতা ৷ এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ৷ অতিথিৰূপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ কেইবাগৰাকীও ছাত্ৰ সংগঠনৰ নেতা |

টি এ মপি কে' ৰ প্ৰতিষ্ঠা দিৱস

উল্লেখ্য যে, টি এম পি কেৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেমি জেলম টি এম পি কে আঞ্চলিক ‍সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় সাঁতুৰ প্ৰতিযোগিতা |

Intro:Body:জোনাইত বৰ্ণাঢ্য কাৰ্যসূচীৰে টিএমপিকে'ৰ প্ৰতিষ্ঠা দিৱস পালন / প্ৰতিষ্ঠা দিৱস উপলক্ষে কণ কণ শিশুৰ মাজত সাতুৰ প্ৰতিযোগিতা

জোনাই ১৭ অক্টোবৰ

অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সমাজৰ অগ্ৰণী জাতীয় সংগঠন টাকাম মিচিং পৰিন কৗবাং চমুকৈ টি এম পি কেৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাজ্যখনৰ মিচিং বসতি প্ৰধান অঞ্চলসমূহত । ইয়াৰ অংশ হিচাপে টিএমপিকেৰ জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত জোনাই সদকত অৱস্থিত মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱন প্ৰঙ্গনত টিএমপিকেৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস লগতে অনুষ্ঠিত কৰে মিচিং ছাত্ৰ ছাত্ৰীৰ মাজত কাংকিন কৗবাং অৰ্থাৎ চিনাকি সভা| সভাত প্ৰথমে টিএমপিকেৰ পতকা উত্তোলন, শ্বহীদ তৰ্পনৰ লগতে অনুষ্ঠিত কৰে বিভিন্ন প্ৰতিযোগিতাও | মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে | আৰু লগতে অতিথি ৰূপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ কেইবাগৰাকীয়ো ছাত্ৰ সংগঠনৰ নেতা |

উল্লেখ্য যে টি এম পি কেৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেমি জেলম টিএমপিকেৰ আঞ্চলিক ‍সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় সাতুৰ প্ৰতিযোগিতা | কেমিৰ চিকা নলাত অনুষ্ঠিত কৰা সাতুৰ প্ৰতিযোগিতাত কণ কণ অৰ্ধশতাধিক শিশুৱে অংশ গ্ৰহণ কৰে |

কৰবী দলে জোনাই

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.