ETV Bharat / state

শিল্পী সাহিত্যিক ইন্দ্ৰেশ্বৰ পেগুৰ "মন আৰু চিন্তা" গ্ৰন্থ উন্মোচন - গ্ৰন্থ উন্মোচনী অনুষ্ঠান

জোনাই প্ৰেছ ক্লাৱৰ সৌজন্যত শিল্পী সাহিত্যিক ইন্দ্ৰেশ্বৰ পেগুৰ "মন আৰু চিন্তা" গ্ৰন্থখনিৰ উন্মোচন কৰা হয় ৷ গ্ৰন্থখন উন্মোচন কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাচন্দ্ৰ পাৱৈ ৷

the-book-mon-aru-sinta-unmotion-in-jonai-etv-bharat-news
জোনাইত শিল্পী সাহিত্যিক ইন্দ্ৰেশ্বৰ পেগুৰ "মন আৰু চিন্তা" গ্ৰন্থ উন্মোচন
author img

By

Published : Apr 25, 2021, 10:08 PM IST

জোনাই, ২৫ এপ্ৰিল : জোনাই প্ৰেছ ক্লাৱৰ সৌজন্যত জোনাই ৰাজহুৱা গাড়ীস্থানস্থিত ঙাচাৰচুক অকুমত দিনৰ ১ বজাত শিল্পী সাহিত্যিক ইন্দ্ৰেশ্বৰ পেগুৰ "মন আৰু চিন্তা" গ্ৰন্থখনি উন্মোচন কৰা হয় ৷ গ্ৰন্থখন উন্মোচন কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাচন্দ্ৰ পাৱৈ ৷ "মন আৰু চিন্তা" গ্ৰন্থখনৰ প্ৰকাশক মিচিং লোকসংগীতৰ গৱেষক ড৹ পবিত্ৰ কুমাৰ পেগু ৷

জোনাই প্ৰেছ ক্লাৱৰ গৌতম পেগুৱে আঁতধৰা গ্ৰন্থ উন্মোচনী সভাত জ্যেষ্ঠ নাগৰিক ৰাখেশ্বৰ পায়েং, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ হৰকান্ত পেগু, ডাঃ জীৱন দলে, পুৰণা জেলম প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দেৱকান্ত পেগু, বিশিষ্ট লেখক বিজয় বৰি, জ্যেষ্ঠ সাংবাদিক ৰয়েল পেগুৰ লগতে গ্ৰন্থ খনৰ প্ৰকাশক ড৹ পবিত্ৰ কুমাৰ পেগু বহুমূলীয়া বক্তব্য ৰাখে ৷

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক চন্দিৰাম পেগু, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী অঞ্জনা টায়ুং শইকীয়া, জোনাই টাউন হাইস্কুলৰ শিক্ষক উপেন পেগু, জোনাই প্ৰেছ ক্লাৱৰ দেবেন টায়ুং, ৰয়েল পেগু, মনোজ প্ৰজাপতি, ভাস্কৰ টায়েং, প্ৰানঞ্জিত দলে, কৰবী দলে উপস্থিত থাকে ৷

লগতে পঢ়ক : সংকটকালত দলৰ তৰফৰ পৰা সকলোকে সহায় কৰিবলৈ আহ্বান ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.