ETV Bharat / state

বগীবিল দলঙত স্বচ্ছতা অভিযান

হেপাঁহৰ বগীবিল দলঙত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰায় ৭০ গৰাকী কৰ্মচাৰীয়ে ।

author img

By

Published : Mar 2, 2019, 9:06 PM IST

BOGIBEEL BRIDGE

ধেমাজি, ২ মাৰ্চ: যোৱা বৰ্ষৰ ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা হেপাঁহৰ বগীবিল দলঙত আৰম্ভ হৈছে স্বচ্ছ ভাৰত অভিযান । হাতে হাতে ঝাৰু - খৰাহি লৈ এদল লোকে দলঙৰ বক্ষত লাগি ৰোৱা আৱৰ্জনা, প্লাষ্টিকৰ বটল আদি পৰিষ্কাৰ কৰে । মুকলি হোৱাৰে পৰা উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী দলং খন চাবলৈ অহা লোকৰ ভিৰত লেতেৰা হৈ পৰা পৰিলক্ষিত হৈছে দলং খন । সেয়ে দলং খন পৰিস্কাৰৰ বাবে আগবাঢ়ি আহিছে উত্তৰপৰীয়া ৰাইজ ।

BOGIBEEL BRIDGE

শনিবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰায় ৭০ গৰাকী কৰ্মচাৰীয়ে ৰূপায়ন কৰে স্বচ্ছ ভাৰত অভিযান । এই অভিযানৰ উদ্যোগ লয় জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উপদেষ্টা বিশ্বেশ্বৰ দত্ত আৰু বৰগাঁও ৰাজহ চক্ৰ বিষয়া অৰুন্ধতী মিপুনে । চাফাইৰ অন্তত উপদেষ্টা গৰাকীয়ে জানিবলৈ দিয়ে যে, হেপাঁহৰ দলং খন স্বচ্ছ কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে ।

Intro:বগী বিল দলং ত স্বচ্ছ ভাৰত অভিযান

Body:হেপাঁহ ৰ বগীবিল দলংত স্বচ্ছ ভাৰত অভিযান । হাতে হাতে ঝাৰু খৰাহি লৈ বগীবিল দলংত এদল লোক । যিয়ে যেনেকৈ পাৰিছে দলংখন ৰ উত্তৰ পাৰৰ দিশৰ পৰা আৰম্ভ কৰিছে এই চাফাই । হেপাঁহ ৰ দলংৰ বক্ষ ত লাগি ৰোৱা আৱজনা , প্লাষ্টিকৰ বটল আদি আতৰ কৰা হৈছে ।দলংখন ৰ এটা মূৰৰ পৰা আনটো মূৰলৈকে পৰিষ্কাৰ কৰিছে । উত্তৰ আৰু দক্ষিণ পাৰৰ সংযোগী বহু আকাংক্ষিত দলংখন ২০১৮ বষৰ ২৫ ডিচেম্বৰ ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছতে ই দলং প্ৰত্যক্ষ কৰাৰ বাবে নিতৌ আগমন হয় শ শ লোকৰ । দলং চাবলৈ অহা বহুতেই পানী ৰ বটল , চিপছ পেকেট পেলাই সম্প্ৰতি লেতেৰা কৰিছে হেঁপাহ ৰ দলংখন । সেয়ে আকাংক্ষিত দলংখন পৰিস্কাৰ বাবে আগবাঢ়ি আহিছে উত্তৰপৰীয়া । শনিবাৰে ধেমাজি জিলা উপায়ুক্ত কাযালয়ৰ পুৰুষ মহিলা প্ৰায় ৭০ গৰাকী কমচাৰীয়ে কমদিনৰ মাজতে ৰূপায়ন কৰিলে স্বচ্ছ ভাৰত অভিযান । এই অভিযানৰ উদ্যোগ লয় জিলা প্ৰশাসন কমচাৰী সন্থা উপদেষ্টা বিশ্বেশ্বৰ দত্ত আৰু চিচি বৰগাও ৰাজহ চক্ৰ বিষয়া অৰুন্ধতী মিপুনে ইপিনে চাফাই কৰা ৰ অন্তত কলে হেপাঁহ ৰ দলংখন স্বচ্ছ কৰি ৰখাৰ দায়িত্ব সকলোৱে আছে ।এই দলংখন আমাৰ সম্পদ । byte..1&2 pradunya Bharali , Dhemaji, Assam, 2/3/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.