ETV Bharat / state

ৰতন কছাৰীৰ বিৰুদ্ধে ক্ষুব্ধ কিয় সংগঠনৰ সদস্য ?

author img

By

Published : Nov 21, 2020, 11:41 AM IST

সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি ৰতন কছাৰীৰ শেহতীয়া কৰ্মৰাজিক লৈ ভিন্ন অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ ধেমাজী জিলা সমিতিৰ কাৰ্যকৰ্তা সকলে ৷ শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ ধেমাজী জিলা সমিতিয়ে ৷

sonowal_kashari_student_union_press meet
সোণোৱাল কছাৰী ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি ৰতন কছাৰীৰ কৰ্মৰাজীক লৈ ক্ষুব্ধ সংগঠনৰ সদস্য

ধেমাজী, 21 নৱেম্বৰঃ সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি ৰতন কছাৰীৰ শেহতীয়া কৰ্মৰাজীক লৈ ভিন্ন অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ ধেমাজী জিলা সমিতিৰ কাৰ্যকৰ্তা সকলে ৷ এই সন্দৰ্ভত শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ ধেমাজী জিলা সমিতিয়ে ৷

সংবাদমেলত সমিতিৰ কৰ্মকৰ্তা সকলে প্ৰাক্তন সভাপতিৰ গৰাকী বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে 2016 বৰ্ষতে ধেমাজিত অনুষ্ঠিত প্ৰতিনিধি সভাৰ জৰিয়তে সভাপতি দেৱানন্দ চেলেং আৰু সম্পাদক ৰাজু সোণোৱালক লৈ ৩১ জনীয়া সমিতি গঠন কৰা হয় ৷ এই সমিতিখনত অব্যাহতি দিয়া হৈছিল ৰতন কছাৰীক ।

অভিযোগ অনুসৰি তেওঁক অব্যাহতি দিয়া পিচতো বৰ্তমানেও নিজকে সংগঠনটোৰ সভাপতি বুলি পৰিচয় দি আহিছে ৰতন কছাৰীয়ে ৷ সেয়েহে সংগঠনটোৰ সদস্য সকলে এই কাৰ্য়ত ক্ষুব্ধ হৈ ৰতন কছাৰীক এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৷ অন্যথা অনাগত দিনত প্ৰাক্তন সভাপতিৰ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও সকীয়াই দিয়ে সংগঠনৰ বিষয়ববীয়া সকলে ৷

লগতে পঢ়কঃ নিৰ্বাচনী আয়োগক প্ৰত্যাহ্বান সদৌ তিৱা ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.