ETV Bharat / state

ধেমাজি সাহিত্য সভাৰ উদ্যোগত শিল্পী দিৱস উদযাপন - dhemaji sahitya sabha

ধেমাজি সাহিত্য সভাৰ উদ্যোগত উদযাপন কৰা হয় শিল্পী দিৱস ৷ ধেমাজি কোৱাফলাস্থিত চেড কাৰ্য্যালয়ৰ প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় শিল্পী দিৱস ৷

as_dmj_silpi-diwas-celebration-by-dhemaji-sahitya-sabha_vis_as10021
ধেমাজি সাহিত্য সভাৰ উদ্যোগত উদযাপন শিল্পী দিৱস
author img

By

Published : Jan 17, 2021, 7:39 PM IST

ধেমাজি, 17 জানুৱাৰী : দেওবাৰে সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি সাহিত্য সভা, দক্ষিণ ধেমাজি শাখা সাহিত্য সভা, দক্ষিণ আঞ্চলিক মইনা পাৰিজাত আৰু বিষ্ণু-জ্যোতি কলা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা হয় শিল্পী দিৱস ৷ ধেমাজি কোৱাফলাস্থিত চেড কাৰ্যালয়ৰ প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় শিল্পী দিৱস ৷ পুৱা ৯ বজাত পতাকা উওোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ধেমাজি সাহিত্য সভাৰ সভাপতি লক্ষী বৰগোহাঁইয়ে আনহাতে, শ্বহীদ তৰ্পণ কৰে দিব্যজ্যোতি বৰগোহাঁইয়ে ৷ ইয়াৰ পিছতেই কণ-কণ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷

ধেমাজি সাহিত্য সভাৰ উদ্যোগত উদযাপন শিল্পী দিৱস

দুপৰীয়া ধেমাজি সাহিত্য সভাৰ সভাপতি লক্ষী বৰগোহাঁইৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে ধেমাজি সাহিত্য সভাৰ সম্পাদক দ্বীপেন ভিতৰুৱাল কোঁৱৰে ৷ নিদিষ্ট বক্তা হিচাপে ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যাপিকা ৰিণী বৰগোহাঁই আৰু শিশু বক্তা হিচাপে ধৃতিদীপা দত্ত উপস্থিত থাকে ৷ ইয়াৰ উপৰিও ধেমাজি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দীপশিখা বৰশইকীয়া গগৈ, ধেমাজিৰ বিশিষ্ট সাহিত্যিক কমল বাইলুং, সাহিত্যিক পেঞ্চনাৰ বিমল ৰাজখোৱা, ক্ৰীড়া পেঞ্চনাৰ ক্ষীৰোদ দিহিঙীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত অসমৰ মহান মণিষীজনৰ ওপৰত আলোকপাত কৰে ৷

লগতে পঢ়ক-বৰপেটাৰ মেধিৰটাৰীত মাঘ বিহু (পুষুৰা মেলা)ৰ নামত অশ্লীলতাৰ বেহা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.