ETV Bharat / state

ঠিকাভিত্তিক শিক্ষকসকলৰ আন্দোলনকলৈ চিন্তিত বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ

ঠিকাভিত্তিক শিক্ষকসকলৰ এনে ধাৰাবাহিক প্ৰতিবাদৰ ফলত বিদ্যালয়সমূহত উদ্ভৱ হোৱা অভাবনীয় পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে ধেমাজি জিলাৰ একাংশ বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতি

author img

By

Published : Aug 7, 2019, 1:23 PM IST

ঠিকাভিত্তিক শিক্ষকসকলৰ আন্দোলনকলৈ চিন্তিত বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ

ধেমাজি, 6 আগষ্ট : নিজৰ প্ৰাপ্যৰ অধিকাৰৰ দাৱীত সদৌ অসম হাইস্কুল ঠিকা ভিত্তিক শিক্ষক সংস্থাই আহ্বান জনোৱা শ্ৰেণী বৰ্জনৰ ফলত আজি পঞ্চম দিনাও অচল হৈ আছে ধেমাজি জিলা হাইস্কুল সমূহৰ পাঠদান প্ৰক্ৰিয়া ৷ প্ৰতিবাদৰ অংশ হিচাপে ধেমাজি জিলাৰ মুঠ 145 গৰাকী ঠিকাভিত্তিক শিক্ষকে অব্যাহত ৰাখিছে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৷ চৰকাৰে দাবী মানি নললে আগন্তুক দিনত আন্দোলন তীব্ৰতৰ হব বুলিও হুংকাৰ দিয়ে ধেমাজি জিলা ঠিকাভিত্তিক শিক্ষক সংস্থাৰ সম্পাদক অমৃত প্ৰতিম শাণ্ডিল্য ৷ ঠিকাভিত্তিক শিক্ষকসকলৰ এনে ধাৰাবাহিক প্ৰতিবাদৰ ফলত বিদ্যালয়সমূহত উদ্ভৱ হোৱা অভাবনীয় পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে জিলাখনৰ একাংশ বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতি । কিয়নো গণিত, ইংৰাজী আৰু বিজ্ঞানৰ দৰে বিষয়কেইটা নিয়মীয়া পাঠদান নহলে ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল প্ৰদৰ্শন কৰাত ব্যাঘাত জন্মাৰ আশংকা কৰিছে বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু পৰিচালনা সমিতি ।

ঠিকাভিত্তিক শিক্ষকসকলৰ আন্দোলনকলৈ চিন্তিত বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ

উল্লেখযোগ্য যে বানে কোঙা কৰা সত্বেও প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনক ছাত্ৰ-ছাত্ৰীসকলে উজলাই তোলাৰ বাবে ঠিকাভিত্তিক শিক্ষকসকলৰ অৱদানৰ কথা স্বীকাৰ কৰি এইক্ষেত্ৰত চৰকাৰৰ মানসিকতা সলনি হোৱাটো নিতান্তই আৱশ্যক বুলি মন্তব্য কৰে ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জিতু বৰাই ৷

Intro: পঞ্চম দিনাও পাঠদানৰ পৰা বঞ্চিত ছাত্র-ছাত্রী । চিন্তিত বিদ্যালয়সমূহৰ কৰ্তপক্ষ ।

Body:ধেমাজি ,, 6 ,, ,আগষ্ট , ,::
নিজৰ প্ৰাপ্যৰ অধিকাৰৰ দাৱীত সদৌ অসম হাই স্কুল ঠিকা ভিত্তিতক শিক্ষক সংস্থাই আহ্বান জনোৱা আজি পঞ্চম দিনাও অচল
হৈ পৰিল ধেমাজি জিলা হাই স্কুল সমূ হৰ পাঠদান প্ৰক্ৰিয়া উল্লেখ্য যে ধেমাজি জিলাৰ মুঠ 145 গৰাকী ঠিকাভিত্তিক শিক্ষকসকলে বিদ্যালয়সমূহত শ্ৰেণী বৰ্জন কাৰ্যসূচী অব্যাহত ৰাখিছে । চৰকাৰে দাবী মানি নললে আগন্তুক দিনত আন্দোলন তীব্ৰতৰ হব বুলিও হুংকাৰ দিয়ে ধেমাজি জিলা ঠিকাভিত্তিক শিক্ষক সংস্থাৰ সম্পাদক অমৃত প্ৰতিম শাণ্ডিল্য ই

byte....1..contractual. teacher .dist.secy.

ইপিনে অতি গুৰুত্বপূৰ্ণ গণিত , ইংৰাজী আৰু বিজ্ঞান বিষয়ত পাঠদানৰ পৰা বঞ্চিত হবলগীয়া হৈছে ছাত্র ছাত্ৰীসকল । নিয়মীয়া পাঠদান নোপোৱাৰ বাবে ছাত্ৰ-ছাত্রীসকলৰ মাজত দেখা দিছে তীব্ৰ অসন্তুষ্টিয়ে । ধেমাজি বহুকেইখন বিদ্যালয়ত তদ্ৰুপ অৱস্থাৰ সৃষ্টি হৈছে ।

byte....1..+..2..student

আনফালে ঠিকাভিত্তিক শিক্ষকসকলৰ এনে ধাৰাবাহিক প্ৰতিবাদৰ ফলত বিদ্যালয়সমূহত উদ্ভৱ হোৱা অভাবনীয় পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে জিলাখনৰ একাংশ বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতি ।

বিশেষকৈ
গণিত ,,ইংৰাজী আৰু বিজ্ঞানৰ দৰে বিষয়কেইটা নিয়মীয়া পাঠদান নহলে ছাত্র ছাত্ৰীয়ে ভাল ফলাফল
প্ৰদৰ্শন কৰাত ব্যাঘাত জন্মাৰ আশংকা কৰিছে ।

byte....1..principal. Mohori camp H.S school .

Conclusion:
‌ অনুৰূপভাৱে গৌৰৱজ্জল সোণালী জয়ন্তী গৰকা ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জিতু বৰাই ও বানে কোঙা কৰা সত্বে ও প্ৰতিবছৰে হাই স্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনক ছাত্র-ছাত্ৰীসকলে উজলাই তোলাৰ বাবে ঠিকাভিত্তিক শিক্ষকসকলৰ অৱদানৰ কথা স্বীকাৰ কৰি এইক্ষেত্ৰত চৰকাৰৰ মানসিকতা সলনি হোৱাটো নিতান্তই আৱশ্যক বুলি মন্তব্য কৰে

byte..president .SMC, Gogamukh HS.school

PRADUNYA BHARALI , DHEMAJI , ETV. BHARAT.. ASSAM.6/8/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.