ETV Bharat / state

ধেমাজিত জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন - ধেমাজি কাছাৰী ময়দানত ৭২ সংখ্যক গণৰাজ্য দিৱস উলহ মালহেৰে উদ‌যাপন

ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত ৭২ সংখ্যক গণৰাজ্য দিৱসটি উলহ মালহেৰে উদ‌যাপন কৰা হয় ৷ জিলা উপাযুক্ত নৰসিং পাৱাৰে ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ ছহীদৰ প্ৰতিমূৰ্তিত আৰু কাছাৰী ময়দানৰ সন্মুখত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ৷

ধেমাজিত জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

author img

By

Published : Jan 26, 2021, 5:25 PM IST

ধেমাজি , ২৬ জানুৱাৰী : ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত ৭২ সংখ্যক গণৰাজ্য দিৱস উলহ মালহেৰে উদ‌যাপন কৰা হয় ৷ পুৱা দেশ প্ৰেমমূলক গীতেৰে আৰম্ভ কৰাৰ পিছত জিলা উপাযুক্ত নৰসিং পাৱাৰে ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ ছহীদৰ প্ৰতিমূৰ্তিত আৰু কাছাৰী ময়দানৰ সন্মুখত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ৷

ধেমাজিত জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰে ধেমাজি জিলা উপায়ুক্ত গৰাকীয়ে ৷ ইয়াৰ পিছতে ধেমাজি কাছাৰী ময়দানৰ পেৰেডত অংশগ্ৰহণ কৰা কুচকাৱাজ দলৰ অভিবাদন গ্ৰহণ কৰে উপায়ুক্তগৰাকীয়ে ৷ পতাকা উত্তোলনৰ পিছতেই জিলাখনত চৰকাৰৰ উন্নয়নমূলক আঁচনি ৰূপায়ণ সন্দৰ্ভত ভাষণ প্ৰদান কৰে উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়ক :বাঘৰবৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.