ETV Bharat / state

ধেমাজিত আম আদমী পাৰ্টিৰ উদ্যোগত বান সাহাৰ্য বিতৰণ

author img

By

Published : Aug 7, 2020, 7:53 PM IST

আম আদমী পাটিৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সহযোগত বান সাহাৰ্য প্ৰদান কৰে ৷

Relief distribution by aam admi party at dhemaji
ধেমাজিত আম আদমী পাৰ্টিৰ উদ্যোগত বান সাহাৰ্য বিতৰণ

ধেমাজী, 7আগষ্টঃ ধেমাজি জিলাত বানাক্ৰান্ত ৰাইজৰ কাষত এইবাৰ আম আদমী পাৰ্টিৰ কৰ্মকতা ৷ জীয়াঢলৰ বানে সৰ্ৱস্বান্ত কৰা ভজোৱা গাঁৱত আম আদমী পাৰ্টিৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সহযোগত বিতৰণ কৰে বান সাৰ্হায ৷

ভজোগাঁৱৰ লগতে পাভমাৰী , শালমাৰী , ৰংপুৰীয়া চুক আদি গাঁৱৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ মাজত মিঠাতেল , দালি , বিস্কুট , ছয়াবিন আদিকে ধৰি আঠ বিধ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ।

ইপিনে সংগঠনটোৰ জিলা সমিতিৰ কৰ্মকতা সকলে দীৰ্ঘ দিনধৰি চৰকাৰে জীয়াঢ়ল নদীত উপযুক্ত মথাউৰি নিৰ্মাণ কৰি বান সমস্যাৰ সমাধান কৰিব নোৱাৰা বাবে আক্ষেপ প্ৰকাশ কৰে ৷ লগতে অতিশ্ৰীঘ্ৰে মথাউৰি নিৰ্মাণ কৰি ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ দি সমস্যাৰ সামাধান কৰিবলৈ দাবী উত্থাপন কৰে ৷

লগতে পঢ়কঃ নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.