ETV Bharat / state

ধোমাজিত চিকিৎসকক অপমান কৰি গ্ৰেপ্তাৰ এজন লোক - quarantine-centre-doctor-fir-and-arrest

ধাৰা ৩৪১/২৬৯/২৭০/৩৫৩ৰ অধীনত সোমবাৰে লোকজনক গ্ৰেপ্তাৰ কৰে ধেমাজি আৰক্ষীয়ে। ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ তত্বাবধায়ক চিকিৎসক জনৰ লগত লোকজনে সংঘটিত কৰিছিল এই অবাঞ্চিত কাৰ্য ।

ধোমাজিত চিকিৎসকক অপমান কৰি গ্ৰেপ্তাৰ এজন লোক

author img

By

Published : Jun 8, 2020, 8:18 PM IST

Updated : Jun 8, 2020, 9:12 PM IST

ধেমাজি, 8 জুন : ধেমাজিৰ এক কোৱাৰেণ্টাইন কেন্দ্ৰৰ এগৰাকী চিকিৎসক তথা তত্বাবধায়কক ৰাজহুৱাকৈ অপমান কৰাৰ লগতে থু নিক্ষেপ কৰা এগৰাকী ব্যক্তিক আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে ।

গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন
গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন

ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ তত্বাবধায়ক চিকিৎসক ডা:নবীন কলিতাক ৰাজহুৱা স্থানত প্ৰকাশ বনিয়া নামৰ এজন লোকে কোৱাৰাইণ্টাইন কেন্দ্ৰৰ পৰা কৰ'ণা আনিছে বুলি তাচ্ছিল্য কৰা লগতে তেওঁক লক্ষ্য কৰি থু নিক্ষেপ কৰছিল । এই ঘটনাৰ পাচতে ডাক্তৰজনে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ ধেমাজি আৰক্ষীয়ে গোচৰ নম্বৰ ২২৭/২০২০,ধাৰা ৩৪১/২৬৯/২৭০/৩৫৩ৰ অধীনত সোমবাৰে লোকজনক গ্ৰেপ্তাৰ কৰে ।

ধোমাজিত চিকিৎসকক অপমান কৰি গ্ৰেপ্তাৰ এজন লোক

ইপিনে আৰক্ষীয়ে সোমবাৰে লোকজনক গ্ৰেপ্তাৰ কৰা খবৰ পাই ধেমাজি আৰক্ষীক ধন্যবাদ জনাইছে চিকিৎসকগৰাকীয়ে ৷

লগতে চাওকঃ জাপানীজ এনকেফেলাইটিছঃ ৰাজ্যত এই পৰ্যন্ত চিনাক্ত তিনিজন

Last Updated : Jun 8, 2020, 9:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.