ETV Bharat / state

ধেমাজিত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ গণ অৱস্থান

author img

By

Published : Dec 30, 2019, 7:07 PM IST

নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত ধেমাজিত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ গণ অৱস্থান ৷ এই প্ৰতিবাদী কাৰ্যসূচীত ধেমাজি মধ্যাহ্ন ভোজন ৰান্ধনীসন্থা তথা সহায়িকাসকলেও অংশগ্ৰহণ কৰে ৷

Protest against CAA in Dhemaji
ধেমাজিত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ গণ অৱস্থান

ধেমাজি, ৩০ ডিচেম্বৰঃ ৰাজ্যৰ চৌদিশে অব্যাহত আছে নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ ধেমাজিত এই আইন বাতিলৰ দাবীত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ গণ অৱস্থান ৷ সোমবাৰে ধেমাজি কাছাৰী ময়দানত দুৰ্নীতি বিৰোধী যুৱশক্তি অসম তথা স্থানীয় ৰাইজৰ উদ্যোগত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে ৷

দিনৰ ১১ বজাৰ পৰা ১ বজালৈ সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ধেমাজি মধ্যাহ্ন ভোজন ৰান্ধনীসন্থা তথা সহায়িকাসকলেও অংশগ্ৰহণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে অংশগ্ৰহণ কৰি চৰকাৰক তীব্ৰ গৰিহনা দিয়ে ৷

আৰু পঢ়কঃ CAAৰ বাবে বৰ্ষৰ অন্তিমটো দিনক ক'লা দিন ঘোষণা বাসৱ কলিতাৰ

Intro:ধেমাজিত কা বিৰোধিতাৰে দুনী"তি বিৰোধী যুৱ শক্তিৰ গণ অৱস্থান ৷Body:

ধেমাজি , ৩০ ডিচেম্বৰ:
নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা’ বাতিলৰ দাবীত সোমবাৰে ধেমাজি কাছাৰী ময়দানত দুৰ্নীতি বিৰোধী যুৱশক্তি, অসম তথা ৰাইজৰ উদ্যোগত গণ অৱস্থান কায’সুচী ৰূপায়ন কৰে ৷
দিনৰ ১১ বজাৰ পৰা ১ বজালৈ সাৱ্যস্ত কৰা প্ৰতিবাদী কাৰ্যসুচীত ধেমাজি মধ্যাহ্ন ভোজন ৰান্ধনীসন্হাৰ ৰান্ধনী আৰু সহায়িকা সকলৰ অংশগ্ৰহণ কৰে ৷
কাৰ্যসুচীত দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে অংশগ্ৰহণ কৰি চৰকাৰক তীব্ৰ গৰিহনা দিয়ে ৷

Byte,প্ৰতিবাদী

Pradunya Bharali , Dhemaji , assam , 30/12/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.