ETV Bharat / state

ধেমাজিত ৫-জোনাইত 6 প্ৰাৰ্থীৰ ভাগ্য বন্দী ইভিএমত - polling uodate in dhemaji

১১৩ নং ধেমাজি আৰু ১১৪ নং জোনাই বিধানসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অতিবাহিত হোৱা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ৰাজ্যত ক’ভিড প্ৰট’কল মানি ভোটদান সাব্যস্ত কৰে ভোটাৰে ৷

ধেমাজিত ৫ আৰু জোনাইত 6গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল ইভিএমত

author img

By

Published : Mar 27, 2021, 7:58 PM IST

ধেমাজি,27 মাৰ্চ: আজি ৰাজ্যৰ 47 টা সমষ্টিত সম্পন্ন হ’ল প্ৰথম প্ৰৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ ১১৩ নং ধেমাজি আৰু ১১৪ নং জোনাই বিধানসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অতিবাহিত হোৱা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ৰাজ্যত এইবাৰ ক’ভিড প্ৰট’কল মানি ভোটদান সাব্যস্ত কৰে ভোটাৰে ৷

ধেমাজিত ৫ আৰু জোনাইত 6গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল ইভিএমত
ধেমাজিত ৫ আৰু জোনাইত 6গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল ইভিএমত

১১৩ নং ধেমাজি বিধানসভা সমষ্টিৰ বিজেপি প্ৰাথী ডা৹ ৰণোজ পেগু, কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শৈলেন সোণোৱাল, এজেপিৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী, এছ ইউ চি আই কমিউনিষ্ট দলৰ হেমকান্ত মিৰি আৰু আয়ুৱ খাঙ ব্ৰহ্ম নামৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে ৷ লক্ষণীয় যে, ১১৩ নং ধেমাজি বিধানসভা সমষ্টিত 75 টা অতিৰিক্ত কেন্দ্ৰসহ মুঠ ৩৫৬ টা মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা বাবে পূৰ্বৰ তুলনাত এইবেলি বহু ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী কিছু কমকৈ দেখা গৈছে ৷

আজি পুৱা ৭ বজাত ধেমাজি সমষ্টিৰ ১৬৫ নং ধেমাজি টাউন হাইস্কুলৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত পৰিবাৰৰ সৈতে ভোটদান সাব্যস্ত কৰি এইবাৰ দিছপুৰত মহাজোঁটৰ চৰকাৰ হ’ব বুলি দাবী কৰে ৷ সেইদৰে বিজেপি প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে গোগামুখ চাউলধোৱা বালিগাঁও ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি ৰাইজক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷

একেদৰে ১১৪ নং জোনাই বিধানসভা সমষ্টিত স্থাপন কৰা হৈছিল ৪৪৯ টা ভোটগ্ৰহণ কেন্দ্ৰ ৷ ১১৪ নং জোনাই বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৈছে ভূৱন পেগু, কংগ্ৰেছ দলৰ প্ৰাৰ্থী ডাঃ হেমহৰি প্ৰসন্ন পেগু, জনতা দল (সংযুক্ত) ৰ প্ৰাৰ্থী ভাগ্য চুংক্ৰাং, মহিলা দলৰ প্ৰাৰ্থী ভৱানী বড়ো আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী মাধৱ মুছাহাৰী ৷

ইপিনে প্ৰথমবাৰৰ বাবে এনে এক আচহুৱা পৰিৱেশৰ মাজত ভোটদান কৰিবলৈ আহি বহু ভোটাৰে পালে এক নতুন অভিজ্ঞতা ৷ বহু ভোটাৰে আগন্তুক গঠন হ’বলগীয়া নতুন চৰকাৰখনৰ আশা কৰিলে অধিক উন্নয়ন ৷ আনহাতে বাতৰি যুগুতোৱা সময়লৈকে ১১৩ নং ধেমাজিত ভোটদানৰ হাৰ 71.1% আৰু ১১৪ নং জোনাই বিধানসভাৰ সমষ্টি ভোটদানৰ হাৰ 72.49% ৷

লগতে পঢ়ক: অসমত এইবাৰ জাতীয়তাবাদৰ চৰকাৰ: লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.