ETV Bharat / state

ধেমাজিৰ ৰাষ্ট্ৰীয় ঘাইপথত অজগৰ সাপ উদ্ধাৰ - ধেমাজি

ধেমাজিৰ গাই নৈৰ দলঙৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এডাল অজগৰ সাপ উদ্ধাৰ ৷ চাৰি যুৱকে উদ্ধাৰ কৰি সাপডাল বন বিভাগক গতাই দিয়ে ৷

Phyton recovered in Dhemaji
ধেমাজিৰ ৰাষ্ট্ৰীয় ঘাইপথত অজগৰ সাপ উদ্ধাৰ
author img

By

Published : Oct 31, 2020, 12:54 PM IST

ধেমাজি,31 অক্টোবৰ : শুকুৰবাৰে পুৱতি নিশা ধেমাজিৰ গাই নৈৰ দলঙৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হয় এডাল অজগৰ সাপ ৷

Phyton recovered in Dhemaji
ধেমাজিৰ ৰাষ্ট্ৰীয় ঘাইপথত অজগৰ সাপ উদ্ধাৰ

প্ৰাপ্ত তথ্য অনুসৰি, ধেমাজিৰ ভৰালী চুক গাঁৱৰ চাৰি যুৱক সুভাষ বড়া, অজয় গগৈ, নিতুল কোচ আৰু আপু ভূঞাই চিলাপথাৰৰ পৰা ধেমাজি নগৰৰ অভিমুখে গৈ থকা অৱস্থাত অজগৰডাল পৰি থকা প্ৰত্যক্ষ কৰে ।

পৰৱৰ্তী সময়ত ঘাই পথেৰে অহা-যোৱা বাহনে খুন্দা মৰা আশংকা কৰি নিশাই সাপডাল বন বিভাগক গতাই দিয়াৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বে আঁচনি ৰূপায়নত ব্যস্ত বিধায়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.