ETV Bharat / state

বৈধ হ'ল অনিল বৰগোহাঁইৰ মনোনয়ন পত্ৰ

বিজেপিয়ে মনোনয়নপত্ৰ বাতিলৰ অভিসন্ধি কৰিছিল বুলি অভিযোগ অনিল বৰগোঁহাইৰ

বৈধ হ'ল অনিল বৰগোঁহাইৰ মনোনয়ন পত্ৰ
author img

By

Published : Mar 28, 2019, 4:04 AM IST

  • মনোনয়নপত্ৰ বৈধ হ'ল 14 নং লক্ষীমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ
  • 24 ঘন্টীয়া উৎকণ্ঠাৰ অৱসান ঘটাই ৰিৰ্টানিং বিষয়াই বৈধ ঘোষণা কৰিলে মনোনয়ন পত্ৰ
  • ধেমাজি জিলা কংগ্ৰেছ কাৰ্য্যালয়ত আৱতৰীয়া দেৱালী
  • উৎফুল্লিত কংগ্ৰেছকৰ্মীৰ ফটকা ফুটাই আনন্দ-উল্লাস
  • কংগ্ৰেছ দলৰ উত্থান দেখি বিজেপি শংকিত বুলি মন্তব্য অনিল বৰগোহাঁইৰ
    বৈধ হ'ল অনিল বৰগোঁহাইৰ মনোনয়ন পত্ৰ

  • মনোনয়নপত্ৰ বৈধ হ'ল 14 নং লক্ষীমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ
  • 24 ঘন্টীয়া উৎকণ্ঠাৰ অৱসান ঘটাই ৰিৰ্টানিং বিষয়াই বৈধ ঘোষণা কৰিলে মনোনয়ন পত্ৰ
  • ধেমাজি জিলা কংগ্ৰেছ কাৰ্য্যালয়ত আৱতৰীয়া দেৱালী
  • উৎফুল্লিত কংগ্ৰেছকৰ্মীৰ ফটকা ফুটাই আনন্দ-উল্লাস
  • কংগ্ৰেছ দলৰ উত্থান দেখি বিজেপি শংকিত বুলি মন্তব্য অনিল বৰগোহাঁইৰ
    বৈধ হ'ল অনিল বৰগোঁহাইৰ মনোনয়ন পত্ৰ
Intro: উৎকণ্ঠাৰ অৱসান ।অৱশেষত বৈধ হল অনিল বৰগোঁহাইৰ মনোনয়নপত্ৰ । ফটকা ফুটাই উল্লাস কংগ্ৰেছ কৰ্মীৰ ।


Body:ধেমাজি , ২৭ মাৰ্চ : অৱশেষত মনোনয়নপত্ৰ বৈধ হ'ল ১৪ নং লক্ষীমপুৰ লোক সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাথী অনিল বৰগোঁহাইৰ মনোনয়নপত্ৰ । ২৪ ঘন্টী য়া প্ৰৱল উৎকণ্ঠাৰ অৱসান ঘটাই ৰিৰ্টানিং বিষয়াই বৈধ বুলি ঘোষণা কৰাত উৎফুল্লিত হৈ পৰিল কংগ্ৰেছ কৰ্মী । ধেমাজি জিলা কংগ্ৰেছ কায্যলয়ৰ সন্মুখত ফটকা ফুটাই উদযাপন কৰিলে আবতৰীয়া দেৱালী ।

ইপিনে সাংবাদিকৰ সন্মুখত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ প্ৰাথী গৰাকীয়ে কয় যে কংগ্ৰেছ দলৰ উত্থান দেখি বিজেপি দল শংকিত হৈ প্ৰদান বৰুৱা ৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে মনোনয়নপত্ৰ বাতিলৰ অভিসন্ধি কৰিছিল বুলি অভিযোগ কৰে
byte..Congress candidate

সেইদৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বাবুল সোনোৱালেও বিজেপি প্ৰাথীগৰাকীৰ বিৰুদ্ধে সৌচ্চাৰ হৈ পৰে ।..byte..2.

অনুৰূপ ভাৱে গণতন্ত্ৰক ভৰিৰে মোহাৰি নিকৃষ্ট ৰাজনীতি কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিলা কংগ্ৰেছৰ সভাপতি নিতু বৰগোঁহাইয়ে।

উল্লেখযোগ্য যে ১৪ নং লক্ষীমপুৰ লোক সভাৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাথী অনিল বৰগোঁহাইৰ মনোনয়নপত্ৰ ত বিসংগতি আঙুলিয়াই দিছিল । জিলা ৰিৰ্টানিং বিষয়াই ।

byte..3

Pradunya Bharali , Dhemajj ,Assam. 27/3/2019


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.