ETV Bharat / state

সাংসদ প্ৰদান বৰুৱা গ'বেক ধ্বনিৰে উত্তাল ধেমাজি

author img

By

Published : Jan 4, 2020, 11:24 PM IST

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদৰ সময়ত চৰকাৰে পাঁচ জনকৈ নিৰীহ ব্যক্তিক হত্যা কৰাৰ পিছত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ডা° ৰণোজ পেগুৱে দলীয় একাংশ কৰ্মীক লগত লৈ নৱবৰ্ষত ভোজভাত খাই আনন্দত মতলীয়া হোৱা কাৰ্যক ধিক্কাৰ ধেমাজিৰ বিভিন্ন জাতীয় দল সংগঠনৰ ৷

সাংসদ প্ৰদান বৰুৱা গ'বেক ধ্বনিৰে উত্তাল ধেমাজি
সাংসদ প্ৰদান বৰুৱা গ'বেক ধ্বনিৰে উত্তাল ধেমাজি

ধেমাজি,৪ জানুৱাৰী : শনিবাৰে প্ৰদান বৰুৱা গ' বেক ধ্বনিৰে উত্তাল হ'ল ধেমাজি জিলা ৷ ক'লা পতাকা লৈ ধেমাজি আৱৰ্ত ভৱনৰ প্ৰৱেশদ্বাৰত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে আছু ,যুৱ ছাত্ৰ পৰিষদকে ধৰি আৰু অন্যান্য কা বিৰোধী দল সংগঠন সমূহে ৷ আৱৰ্ত ভৱনৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে দাহ কৰিলে প্ৰদান বৰুৱাৰ প্ৰতিকৃতি ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদৰ সময়ত চৰকাৰে পাঁচ জনকৈ নিৰীহ ব্যক্তিক হত্যা কৰাৰ পিছত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ডা° ৰণোজ পেগুৱে দলীয় একাংশ কৰ্মীক লগত লৈ নৱবৰ্ষত ভোজভাত খাই আনন্দত মতলীয়া হোৱা কাৰ্যক ধিক্কাৰ দিয়ে। সেয়ে তেওঁলোকৰ এই কাণ্ডত ক্ষুব্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠন সমূহে ৷

উল্লেখ্য যে শনিবাৰে আবেলি ধেমাজি আৰ্বত্ত ভৱনত সাংসদগৰাকীয়ে প্ৰৱেশ কৰা বিষয়ে গম পোৱাৰ পিছতে দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ফলত কেইবাঘণ্টা ধৰি আৱৰ্ত ভৱনৰ ভিতৰত আবদ্ধ হৈ পৰে সাংসদগৰাকী ৷ ইফালে প্ৰতিবাদী সংগঠন সমূহে দুয়োগৰাকী নেতাকে জিলাখনৰ গাঁও সমূহত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা দিব বুলিও জনায় ৷
লগতে চাওকঃযোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ

Intro:সাংসদ প্ৰদান বৰুৱা গ বেক ধৱনিয়ে ধেমাজি আৱত্ত ভৱনৰ প্ৰৱেশদ্বাৰত কলা পতাকা লৈ উত্তাল প্ৰতিবাদ আছু যুৱ ছাত্ৰৰ ৷Body:

ধেমাজি , ৪ জানুৱাৰী : প্ৰদান বৰুৱা গ ৱেক ধৱনিয়ে কলা পতাকা লৈ শনিবাৰে ধেমাজি আৱত্ত ভৱনৰ প্ৰৱেশদ্বাৰ ত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰিলে আছু , যুৱছাত্ৰ আৰু অন্যান্য কা ৰ বিৰোধী দল সংগঠনে ৷ প্ৰৱেশদ্বাৰৰ সন্মুখতে দাহ কৰিলে প্ৰদান বৰুৱাৰ প্ৰতিকৃতিও ৷ দল সংগঠনৰ সাংসদ গৰাকীৰ বিৰুদ্ধে অভিযোগ :
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে হৈ থকা ছয়জনকৈ নিৰীহৰ ব্যক্তিক চৰকাৰে হত্যা কৰাৰ পিছত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ডা° ৰণোজ পেগুৱে দলীয় একাংশ কৰ্মীক লগত লৈ নৱবৰ্ষত ভোজভাত খাই আনন্দত মতলীয়া হোৱা কায’ত ধিক্কাৰ দিছে। সেয়ে ক্ষুব্ধ হৈ এই প্ৰতিবাদ সাৱ্যস্ত কৰিছে ৷ এতিয়াৰে পৰা গাৱে গাৱে সাংসদ গৰাকীক ৰাইজে আগচি ধৰি প্ৰতিবাদ কৰিব ৷
৷ উল্লেখ্য যে
শনিবাৰে আবেলি ধেমাজি আৰ্বত্ত ভৱনত সাংসদগৰাকীয়ে প্ৰৱেশ কৰা বিষয়ে বিদিত হোৱা ৰ পিছত এইসকল দল সংগঠনে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ ফলত কেইবাঘণ্টা ধৰি আৱত্ত ভৱনৰ ভিতৰত আৱদ্ধ হৈ পৰে সাংসদগৰাকী ৷

byte,.,leader ,

Pradunya Bharali , Dhemaji , assam . 4/1/2020Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.