ETV Bharat / state

ধেমাজিত পালন দেউৰী জনগোষ্ঠীয় মাঘ বিহু - ধেমাজি চিৰিপাণি দেউৰী গাঁও

দেউৰী জনগোষ্ঠীৱে বৃহস্পতিবাৰে পালন কৰে মাঘ বিহু বা কেমাকু বিচু ৷ সেইসূত্ৰে ধেমাজি চিৰিপাণি দেউৰী গাঁৱত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷

ধেমাজি
দেউৰী জনগোষ্ঠীয় মাঘ বিহু
author img

By

Published : Jan 23, 2020, 9:09 AM IST

ধেমাজি,২৩ জানুৱাৰীঃ অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৱে বৃহস্পতিবাৰে পালন কৰে মাঘ বিহু বা কেমাকু বিচু ৷ সেইসূত্ৰে ধেমাজি চিৰিপাণি দেউৰী গাঁৱত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷

দেউৰী জনগোষ্ঠীয় মাঘ বিহু

চিৰিপাণিৰ লগতে কপাহতলী দেউৰী গাঁৱৰ ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে বৃহস্পতিবাৰে পুৱা মেজিত অগ্নিসংযোগ কৰে ৷ ইয়াৰ পিছতে সৰু-বৰ সকলোৱে মিলি মেজিৰ গুৰিত সেৱা গ্ৰহণ কৰে ৷ লগতে পুৱতি নিশাৰ পৰা সূৰ্যোদয়লৈকে দেহেচি গাই নৃত্য প্ৰদৰ্শন কৰে জনগোষ্ঠীটোৰ জীয়ৰী-বোৱাৰীসকলে ৷

লগতে চাওকঃহুবলীঃ দেশৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতকাৰী একমাত্ৰ চৰকাৰী কেন্দ্ৰ

Intro:

ধেমাজি চিৰিপাণি দেউৰী গাৱত
উৎসৱমুখৰ পৰিৱেশ ।পুৱাই পৰম্পৰাগত ৰীতি নীতিৰে মেজি জ্বলাই মাঘ বিহু পালন

Body:

ধেমাজি , ২৩ জানুৱাৰী : অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীটোৰে বৃহস্পতিবাৰে পালন কৰিলে মাঘ বিহু বা কেমাকু বিচু । ধেমাজি চিৰিপাণি আৰু কপাহ তলী দেউৰী গাৱৰ ৰাইজে পৰম্পৰাগত ৰীতি নীতিৰে পুৱাই

মেজিত অগ্নি সংযোগ কৰি একেলগে ললে সেৱা । পুৱতি নিশাৰ পৰা বেলি উঠালৈকে দেহেচি গাই নৃত্য কৰিলে জনগোষ্ঠীটোৰ জীয়ৰী বোৱাৰী সকলে ।

byte..1.2.গাওবাসী ।

এই সন্দৰ্ভত ধেমাজিৰ পৰা প্ৰদুণ্য ভৰালীৰ এক বিশেষ প্ৰতিবেদন :

২৩/১/২০২০

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.