ETV Bharat / state

ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মীপূজা উদযাপন - পৰম্পৰাগত নীতি-নিয়ম

সমগ্ৰ ৰাজ্যৰ লগতে চিলাপথাৰৰ বিভিন্ন স্থানত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী লক্ষ্মীপূজা । পৰম্পৰাগত নীতি-নিয়মেৰে শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লক্ষ্মীপূজা ।

ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মীপূজা উদযাপন

author img

By

Published : Oct 31, 2020, 10:44 PM IST

জোনাই: 31 অক্টোবৰ : ধেমাজিৰ চিচিবৰ গাঁৱত পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন হ’ল শ্ৰী শ্ৰী লক্ষ্মীপূজা ৷ সমগ্ৰ ৰাজ্যৰ লগতে চিলাপথাৰৰ বিভিন্ন স্থানত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী লক্ষ্মীপূজা ।

ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মীপূজা উদযাপন
ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মীপূজা উদযাপন

চিচিবৰ গাঁও চাৰিআলিৰ মাজমজিয়াত অৱস্থিত লক্ষ্মী মন্দিৰটোত বিগত চল্লিছ বছৰে বৃহত্তৰ চিচিবৰ গাঁও অঞ্চলৰ ৰাইজে সমূহীয়াভাৱে শ্ৰী শ্ৰী লক্ষ্মীপূজা অনুষ্ঠিত কৰি আহিছে । এইবছৰো পৰম্পৰাগত নীতি-নিয়মেৰে শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লক্ষ্মীপূজা ।

লগতে পঢ়ক:ভাৰতীয় সেনালৈ 20 লাখ টকা দান কৰা কোন এইগৰাকী মহিলা ৰাজনীতিবিদ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.