জোনাই,25জুলাইঃ ধেমাজিৰ জোনাইত বানৰ সমান্তৰালকৈ অব্যাহত আছে চিয়াং নদীৰ ভয়ংকৰ খহনীয়া | জোনাইৰ বেৰা চাপৰিত এসপ্তাহৰ ভিতৰতে চিয়াং নদীৰ খহনীয়াই বহুলোকৰ ঘৰ-বাৰী খহাই নিয়াৰ পাছতে এইবাৰ চিয়াং নদীৰ ভয়ংকৰ খহনীয়াই যিকোনো মুহূৰ্ততে খহাই নিয়াৰ পথত মথাউৰি | উল্লেখ্য যে বেৰাচাপৰিৰ মথাউৰিটো খহাই নিলে চিয়াং নদীৰ বুকুত যাহ যাব অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান বেৰা মিলন হাইস্কুলখন | ইয়াৰোপৰি ২০ খনৰো অধিক গাঁও বুৰ যাব পানীৰ তলত | যাৰ বাবে অঞ্চলটোৰ ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে যদিও শংকিত হৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ৷
জোনাইত চিয়াং নদীৰ ভয়ংকৰ খহনীয়াঃ শংকিত ৰাইজ - বেৰা চাপৰি
জোনাইৰ বেৰা চাপৰিত অব্যাহত আছে চিয়াং নদীৰ ভয়ংকৰ খহনীয়া ৷ বেৰাচাপৰিৰ মথাউৰিটো খহাই নিলে চিয়াং নদীৰ বুকুত বুৰ যাব ২০ খনৰো অধিক গাঁও ৷
জোনাই,25জুলাইঃ ধেমাজিৰ জোনাইত বানৰ সমান্তৰালকৈ অব্যাহত আছে চিয়াং নদীৰ ভয়ংকৰ খহনীয়া | জোনাইৰ বেৰা চাপৰিত এসপ্তাহৰ ভিতৰতে চিয়াং নদীৰ খহনীয়াই বহুলোকৰ ঘৰ-বাৰী খহাই নিয়াৰ পাছতে এইবাৰ চিয়াং নদীৰ ভয়ংকৰ খহনীয়াই যিকোনো মুহূৰ্ততে খহাই নিয়াৰ পথত মথাউৰি | উল্লেখ্য যে বেৰাচাপৰিৰ মথাউৰিটো খহাই নিলে চিয়াং নদীৰ বুকুত যাহ যাব অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান বেৰা মিলন হাইস্কুলখন | ইয়াৰোপৰি ২০ খনৰো অধিক গাঁও বুৰ যাব পানীৰ তলত | যাৰ বাবে অঞ্চলটোৰ ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে যদিও শংকিত হৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ৷
জোনাই ২৫ জুলাই
ধেমাজি জিলাৰ জোনাইত বানৰ সমান্তৰালকৈ অব্যাহত আছে চিয়াং নদীৰ ভয়ংকৰ খহনীয়া| জোনাইৰ বেৰাচাপৰিৰত এসপ্তাহৰ ভিতৰতে চিয়াং নদীৰ খহনীয়াই বহুলোকৰ ঘৰ বাৰী খহাই নিয়াৰ পিছতে এইবাৰ এইবাৰ চিয়াং নদীৰ ভয়ংকৰ খহনীয়াই যিকোনো মুহূৰ্ততে খহাই নিয়াৰ পথত মথাউৰি | বেৰাচাপৰিৰ মথাউৰিটো খহাই নিলে চিয়াং নদীৰ বুকুত যাহ যাব অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান বেৰা মিলন হাইস্কুলখন| অকল স্কুল খনেই নহয় ২০ খনৰো অধিক গাঁও বুৰ যাব পানীৰ তলত | যাৰ বাবে অঞ্চলটোৰ ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে যদিও শংকিত হৈ নিৰাপদ স্থান কিম্বা আত্মীয় ঘৰ বিচাৰি ঢাপলি মেলিছে জোনাই সদৰলৈ|
কৰবী দলে জোনাই Conclusion: