ETV Bharat / state

জোনাইত ৰাইজে মেৰামতি কৰিলে মথাউৰি - মথাউৰি

জোনাইৰ স্থানীয় ৰাইজে নিজৰ উপাৰ্জিত ধনেৰে মেৰামতি কৰিলে মেৰামতি।

জোনাইত ৰাইজে মেৰামতি কৰিলে মথাউৰি
author img

By

Published : Jul 16, 2019, 2:56 PM IST

জোনাই,১৬জুলাই : জোনাইৰ চিগাত ৰাইজে মেৰামতি কৰিলে ছিঙা মথাউৰি। অঞ্চলবাসীয়ে নিজৰ উপাৰ্জিত ধনেৰে মেৰামতি কৰিলে ছিঙা মথাউৰিটো।

জোনাইত ৰাইজে মেৰামতি কৰিলে মথাউৰি

উল্লেখ্য যে,কিছুদিন পূৰ্বে চিগাত এটা মথাউৰি ছিঙাৰ ফলত কেবাখনো গাঁও ডুব গৈছিল। যাৰ বাবে মঙলবাৰে অঞ্চলবাসীয়ে ওলাই আহি বাঁহ আৰু বালিৰ বস্তাৰে মথাউৰিটো মেৰামতি কৰে।

Intro:Body:জোনাইৰ চিগাত ৰাইজৰ শ্ৰমদানেৰে বানে ছিঙি পেলোৱা মথাউৰি পুণৰ মেৰামতি

জোনাই ১৬ জুলাই

জোনাইৰ চিগাত ৰাইজৰ শ্ৰমদানেৰে পুণৰ মেৰামতি কৰিলে বানে ছিঙা মথাউৰি | জোনাইৰ চিগা পঞ্চায়তৰ অন্তৰ্গত দেতাক নদীৰ বানে কিছুদিন পূৰ্বে চিগাত এখন মথাউৰি ছিঙি কেবাখনো গাঁও বাট পথ সম্পূৰ্ণৰূপে বুৰ গৈছিল পানীৰ তলত | ইফালে নদী খনৰ পানী কিছু কমি অহাত অঞ্চলটোৰ ৰাইজে মিলি ৰাইজৰ দান বৰঙনিৰে বানে ছিঙা মথাউৰিত বাহঁৰে ভেটা দি বালিৰ বস্তাৰে ভেটি এনেদৰে প্ৰতিকূল বতৰকো নেওচি ৰাইজে শ্ৰমদান কৰি ছিঙি পেলোৱা মথাউৰি পুণৰ মেৰামতি কৰে|

কৰবী দ লে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.