জোনাই ২৬ জুলাইঃ জোনাই বিদ্যুৎ উপ সংমণ্ডলৰ এলেকাত সঘনাই হৈ থকা বিদ্যুতৰ লুকাভাকু আৰু অনিয়মীয়া বিদ্যুতে মহকুমাটোৰ জনসাধাৰণক জ্বলাকলা খোৱাইছে ৷ যাৰ বাবে শুকুৰবাৰে দিনৰ ভাগত বিদ্যুত নিয়মীয়াকৰণৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাবস্ত কৰে | জোনাইৰ বিদ্যুৎ উপ সংমণ্ডৰ অধীনৰ এলেকাত কিছু দিনৰ পৰা বিদ্যুৎৰ অনিয়মীয়া যোগানৰ লগতে সামান্য বৰষুণ হ'লেই কেবাদিনলৈ বিদ্যুতৰ যোগান বন্ধ থকা ঘটনা এতিয়া সাধাৰণ নিয়মত পৰিণত হৈ পৰিছে ৷ এই সকলো কাৰ্যৰ বিৰুদ্ধিতাৰে আৰু ভল্টেজৰ পৰিমাণ বৃদ্ধি কৰা আদি নানা দাবীৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জোনাই বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত এক বিশাল প্ৰতিবাদ সাৱস্ত কৰে | পাচত প্ৰতিবাদকাৰীসকলে জোনাই মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰৰ শক্তি মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
জোনাইত বিদ্যুৎ নিয়মীয়াকৰণৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - assam
জোনাইত বিদ্যুৎৰ লুকা-ভাকু ৷ বিদ্যুৎ নিয়মীয়াকৰণৰ দাবীত জোনাই যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ জোনাই মহকুমাধিপতিৰ জৰিয়তে শক্তি মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ ৷
জোনাই ২৬ জুলাইঃ জোনাই বিদ্যুৎ উপ সংমণ্ডলৰ এলেকাত সঘনাই হৈ থকা বিদ্যুতৰ লুকাভাকু আৰু অনিয়মীয়া বিদ্যুতে মহকুমাটোৰ জনসাধাৰণক জ্বলাকলা খোৱাইছে ৷ যাৰ বাবে শুকুৰবাৰে দিনৰ ভাগত বিদ্যুত নিয়মীয়াকৰণৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাবস্ত কৰে | জোনাইৰ বিদ্যুৎ উপ সংমণ্ডৰ অধীনৰ এলেকাত কিছু দিনৰ পৰা বিদ্যুৎৰ অনিয়মীয়া যোগানৰ লগতে সামান্য বৰষুণ হ'লেই কেবাদিনলৈ বিদ্যুতৰ যোগান বন্ধ থকা ঘটনা এতিয়া সাধাৰণ নিয়মত পৰিণত হৈ পৰিছে ৷ এই সকলো কাৰ্যৰ বিৰুদ্ধিতাৰে আৰু ভল্টেজৰ পৰিমাণ বৃদ্ধি কৰা আদি নানা দাবীৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জোনাই বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত এক বিশাল প্ৰতিবাদ সাৱস্ত কৰে | পাচত প্ৰতিবাদকাৰীসকলে জোনাই মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰৰ শক্তি মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
জোনাইত বিদ্যুতৰ লুকা ভাকু
নিয়মীয়াকৰণৰ দাবীত জোনাই যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷
জোনাই ২৬ জুলাই
জোনাই বিদ্যুৎ উপ সংমণ্ডলৰ এলেকাত সঘনাই হৈ অহা বিদ্যুতৰ লুকা ভাকুৰ লগতে অনিয়মীয়া হোৱা বাবে মহকুমাটোৰ বিদ্যুৎ গ্ৰাহকৰ মাজত হাহাকাৰ সৃষ্টি হৈ পৰিছে ৷ সেয়েহে আজি দিনৰ ভাগত বিদ্যুত নিয়মীয়াকৰণৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক প্ৰতিবাদ সাবস্ত কৰে | জোনাইৰ বিদ্যুৎ উপ সংমণ্ডৰ অধীনৰ এলেকাত কিছু দিনৰ পৰা বিদ্যুৎৰ অনিয়মীয়া যোগানৰ লগতে সামান্য বৰষুণ হ'লেই কেবাদিনলৈ বিদ্যুৎতৰ যোগান বন্ধ থকাৰ উপৰিও কোনো কাৰণ নোহোৱাকৈ সঘনাই লোড শ্বেডিং কৰা ঘটনা সাধাৰণ নিয়মত পৰিণত হৈ পৰিছে ৷ তেনে নৈত্ৰ নিয়মীক কাৰ্যৰ আৰু ভল্টেজৰ পৰিমাণ বৃদ্ধি কৰা আদি নানা দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জোনাই বিদ্যুৎ সংমণ্ডলৰ কাৰ্য্যালয়ত এক বিশাল প্ৰতিবাদ সাৱস্ত কৰে | ছাত্ৰ সংগঠনটোৰ প্ৰায় তিনি শতাধিক লোকে হাতে হতে নানা দাবী সম্বলিত প্লেকাৰ্ড লৈ বিদ্যুৎ যোগান নিয়মীয়া কৰা, বিদুৎ বিভাগ হুচিয়াৰ আদি শ্লগান দি জোনাইৰ পৰিবেশ উত্তাল কৰি তোলে| ইয়াৰ লগতে তেওঁলোকে জোনাই মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰ শক্তি বিভাগৰ মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে|
কৰবী দলে জোনাই
Conclusion: