ETV Bharat / state

ভাৰতীয় সেনাৰ উদ্যোগত বিশেষ প্ৰদৰ্শনী

author img

By

Published : Oct 20, 2019, 12:03 AM IST

শনিবাৰে জোনাইৰ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ যায় "Know Your Army" শীৰ্ষক কাৰ্যসূচী ৷ ৰায়াংস্থিত ভাৰতীয় স্থলসেনাৰ 103 Infantry Brigade এ আয়োজন কৰে এই কাৰ্যসূচী ৷

ভাৰতীয় সেনাৰ উদ্যোগত বিশেষ প্ৰদৰ্শনী

জোনাই,19 অক্টোবৰঃ ভাৰতীয় সেনাত যোগদানৰ বাবে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে জোনাইৰ ৰায়াংস্থিত ভাৰতীয় স্থলসেনাৰ 103 Infantry Brigade এ ৷ শনিবাৰে স্থানীয় মুৰ্কংচেলেক মহাবিদ্যালয়ৰ খেলপথাৰত মহাবিদ্যালয়খনৰ সৌজন্যত অনুষ্ঠিত হৈ যায় এই কাৰ্যসূচী ৷

ভাৰতীয় সেনাৰ উদ্যোগত বিশেষ প্ৰদৰ্শনী

মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ দলে এই কাৰ্যসূচী উদ্বোধন কৰাৰ লগতে কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিগেড্ৰিয়াৰ চোম্য বেনাৰ্জী, কৰ্ণেল অজয় কুমাৰকে ধৰে শিখ লাইট ইনফেন্ট্ৰি ৰেজিমেন্টৰ জোৱানসকলে ৷ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত ভাৰতীয় সেনাই নিজৰ অস্ত্ৰ প্ৰণালী প্ৰদৰ্শন কৰাৰ লগতে এইসমূহ অস্ত্ৰ প্ৰণালী কিদৰে ব্যৱহাৰ হয় তাৰ বিষয়েও ভাষণ প্ৰদান কৰে ৷ ভাৰতীয় সেনাই ব্যৱহাৰ কৰি অহা অস্ত্ৰসমূহ এবাৰ ব্যৱহাৰ কৰি চোৱাৰ সুযোগ লাভ কৰে শিক্ষাৰ্থীসকলে ৷

Intro:Body:
জোনাইত ভাৰতীয় আৰ্মিৰ সেনাক জানো আহক শীৰ্ষক এক সজাগতা সভা/ নানা অস্ত্ৰ - শস্ত্ৰ প্ৰৰ্দশন আৰু প্ৰজন্মক ভাৰতীয় সেনাত যোগদানৰ আহ্বান

, জোনাই ১৯ অক্টোবৰ

জোনাইত আজি ৰায়াং স্থিত ভাৰতীয় সেনা ১০৩ নং ইপিন্ট্ৰেৰী বিগেড্ৰে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ খেলপথাৰত সেনাক জানো আহক শীৰ্ষক এক সজাগতা সভাৰ আয়োজন কৰে|

এই সজাগতা সভাত ভাৰতীয় সেনাত কেনেদৰে যুৱ প্ৰজন্ম যোগদান কৰিব পাৰে তাৰ ওপৰত উপস্থিত থাকা ছাত্ৰ ছাত্ৰী সকলক বিস্তৃত বাবে জনোৱা হয়|

এই প্ৰৰ্দশনীথলীৰ উন্মোচন কৰে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ দলেয়ে| বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰায় সহস্ৰধিক ছাত্ৰ ছাত্ৰীক ভাৰতীয় সেনাৰ নানা অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ বিষয়ে বুজাই দিয়ে|

এই সজাগতা সভাত উপস্থিত থাকে ৰায়াংস্থিত ভাৰতীয় সেনাৰ ১০৩ নং ইপিন্ট্ৰেৰী বিগেড্ৰেৰ বিগেড্ৰিয়াৰ চমিয় বেনাৰ্জী, কৰ্ণেল আজয় কুমাৰ

কৰবী দলে জোনাই

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.