ETV Bharat / state

ধেমাজিত ভাওনাৰ সোণালী জয়ন্তী উৎসৱ - উখল-মাখল পৰিৱেশ ধেমাজিত

উখল-মাখল পৰিৱেশ ধেমাজিৰ মাটিখোলা গাঁৱত ৷ ধেমাজিত উদযাপন মাটিখোলা গাঁৱৰ ভাওনাৰ সোণালী জয়ন্তী উৎসৱ ৷

ধেমাজিত ভাওনাৰ সোণালী জয়ন্তী উৎসৱ
ধেমাজিত ভাওনাৰ সোণালী জয়ন্তী উৎসৱ
author img

By

Published : Feb 4, 2020, 8:03 PM IST

ধেমাজি, 4 ফেব্ৰুৱাৰীঃ মংগলবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ধেমাজিৰ মাটিখোলা গাঁৱত পালন কৰা হয় ভাওনাৰ সোণালী জয়ন্তী উৎসৱ ৷ সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশত প্ৰথম দিনা পুৱা উষা কীৰ্তন, সামূহিক চাফাই, বৃক্ষ ৰোপণেৰে আৰম্ভ হোৱাৰ পিছত পুৱা ৯ বজাত মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ দত্তই ।

উখল-মাখল পৰিৱেশ ধেমাজিৰ মাটিখোলা গাঁৱত

ইয়াৰ লগতে অনুষ্ঠানটোত 49 খন পতাকা উত্তোলন কৰে বিশিষ্ট ব্যক্তিসকলে । ইয়াৰ পিছত শ্বহীদ তৰ্পন আৰু সোণালী জয়ন্তী মূল স্মৃতি তোৰণ মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কমল চন্দ্ৰ দত্তই । এই অনুষ্ঠানৰ জৰিয়তে গাঁৱবাসীৰ মংগলৰ লগতে ৰাজ্যবাসীৰ মাজত শান্তি আৰু সম্প্ৰীতিৰ ভাৱ অটুট ৰখাৰ কামনা কৰিলে উদযাপন সমিতিয়ে ।

Intro:ধেমাজি মাটিখোলা গাঁৱৰ ভাওনা সোণালী জয়ন্তী উৎসৱ ।উখল মাখল মাটিখোলা গাওঁ ।

Body:
ধেমাজি , ৪ ফেব্ৰুৱাৰী : ধেমাজিৰ অতি পুৰনি গাও মাটিখোলা গাৱৰ ভাওনা মঞ্চখয়নৰ সোণালী জয়ন্তী উৎসৱ টি মংগলবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে । সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশত প্ৰথম দিনা পুৱা উষা কীৰ্তন , সামূহিক চাফাই , বৃক্ষ ৰোপনেৰে আৰম্ভ হোৱাৰ পিছত পুৱা ৯ বজাত মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ দত্ত ই ।লগতে আন আনুষংগিক ৪৯ খন পতাকা উত্তোলন কৰে বিশিষ্ট ব্যক্তিসকলে । ইয়াৰ পিছত শ্বহীদ তৰ্পন আৰু সোণালী জয়ন্তী মূল স্মৃতি তোৰণ মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কমল চন্দ্ৰ দত্তই ।

Conclusion:ইপিনে এই অনুষ্ঠানৰ জৰিয়তে গাওবাসীৰ মংগলৰ লগতে ৰাজ্যবাসীৰ মাজত শান্তি আৰু সম্প্ৰীতিৰ ভাৱ অটুট ৰখাৰ কামনা কৰিলে উদযাপন সমিতিয়ে ।

byte...1 খগেন্দ্ৰ নাথ দত্ত

উদযাপন সমিতিৰ সভাপতি ।

byte..2 নৱজ্যেতি দত্ত , মুখ্য উপদেষ্টা ,উদ যাপন সমিতি ।

Pradunya Bharali , Dhemaji , Assam, 4/2/2020
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.