ETV Bharat / state

জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি - মহমৰা অঞ্চল

জোনাইত বৰ্ধিত বানৰ প্ৰকোপত দিশহাৰা হৈ পৰিছে স্থানীয় ৰাইজ ৷ মঙলবাৰে নিশাৰ ভিতৰতে বানে ন ন অঞ্চল বুৰাই পেলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মহকুমাটোত ৷ জোনাই নদীয়ে মথাউৰি চিঙাৰ ফলত সম্প্ৰতি জলমগ্ন হৈ পৰিছে জিলাখনৰ মহমৰা অঞ্চল ৷

flood situation of jonai unchanged till now dhemaji assam etv bharat news
জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি
author img

By

Published : Jun 24, 2020, 3:59 PM IST

জোনাই,24 জুন: ধেমাজিৰ জোনাইত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ জিলাখনৰ মাজেৰে বৈ যোৱা চিয়াং নদীৰ পানী বিপদসীমা অতিক্ৰমী বুৰাই পেলাইছে মহকুমাটোৰ ন ন অঞ্চল ৷ বৰ্তমান এই বানত ক্ষতিগ্ৰস্ত হৈছে বেৰা চাপৰিৰ অন্তৰ্গত প্ৰায় 25-30 খন গাঁও ৷ জিলাখনৰ বিভিন্ন ঠাইৰ পথৰ ওপৰেৰে পানী বাগৰাত অস্থায়ীভাৱে স্তব্ধ হৈ পৰিছে যাতায়াত ৷

জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি

তদুপৰি জোনাইৰ গিনে মহমৰাত বানে মথাউৰি ছিগাৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটোৰ বিস্তৰ কৃষিভূমি ৷ সম্প্ৰতি অঞ্চলবাসী বানৰ কবলত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পশুধনসমূহো পৰিছে বানৰ কবলত ৷

লগতে চাওকঃ সংবাদ মাধ্যমৰ নামত মানহানিৰ গোচৰ ৰুজু কৰিব মন্ত্ৰী চন্দন ব্ৰহ্মই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.