ETV Bharat / state

ধেমাজিৰ আৰ্ণে চাপৰিত শ শ কৃষকৰ সেউজ বিপ্লৱ - মিচিং স্বায়ত্ব শাসিত পৰিষদ

ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰৰ সমীপৰ মুক্তিয়া পঞ্চায়তৰ অন্তৰ্গত 1 নং আৰ্ণে চাপৰিত কৃষিৰে সেউজ বিপ্লৱ গঢ়ি তুলিছে শ শ কৃষক পৰিয়ালে ৷ কৃষকসকলে জানিবলৈ দিয়া অনুসৰি মিচিং স্বায়ত্ব শাসিত পৰিষদে তেওঁলোকক কৃষি কৰ্ম কৰিবলৈ যথেষ্ঠ সহায় সহযোগ আগবঢ়াই আহিছে ।

dhemaji
ধেমাজি
author img

By

Published : Dec 29, 2019, 11:45 AM IST

ধেমাজি, 29 ডিচেম্বৰঃ এতিয়া ৰবি শস্যৰ বতৰ । সেয়ে বিভিন্ন প্ৰান্তত উদ্যমী কৃষকসকলে বতৰৰ বিবিধ পাচলিৰে সেউজীয়া কৰি তুলিছে পথাৰ, বাৰী আৰু চৰ চাপৰি সমূহ । ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰৰ সমীপৰ মুক্তিয়া পঞ্চায়তৰ অন্তৰ্গত 1 নং আৰ্ণে চাপৰিৰ সু-বিস্তীৰ্ণ অঞ্চলত কৃষিৰে সেউজ বিপ্লৱ গঢ়ি তুলিছে স্থানীয় ৰাইজে । এটা দুটা নহয় এশৰো অধিক পৰিয়ালে কৃষিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ দাঙি ধৰিছে অসমৰ অসমীয়াৰ কৰ্মসংস্কৃতিৰ নিৰ্দেশন । ইয়াৰে ভিতৰত কেইজনমান উদ্যমী যুৱ কৃষক হৈছে ক্ৰমে ভূৱন পেগু , দিলীপ কুমাৰ টায়ে, মুহি মৰাং, ৰুনু পেগু , জুন পেগু, লুচন সিং টায়ে, নগেন টায়ে ,ভূগেন টায়ে আদি । উল্লেখ্য যে, প্ৰত্যেকে একেটা চাপৰিতে একে সময়তে পৃথকে পৃথকে খেতি কৰি আহিছে । উল্লেখ্য যে, এই চাপৰিত উৎপাদিত হোৱা জলকীয়া ,বিলাহী ,বন্ধা কবি, ব্ৰকলি ,বিন জাতীয় পাচলি , নিতৌ 2-3 খন গাড়ীৰে ধেমাজি জিলাৰ উপৰিও ডিব্ৰুগড় , তিনিচুকীয়া, মৰাণ আৰু অৰুণাচলৰ পাচিঘাট আদিলৈ যায় ।

ধেমাজি
আৰ্ণে চাপৰিত শ শ কৃষকৰ সেউজ বিপ্লৱ

ইপিনে অঞ্চলটোৰ কৃষসকলক উৎসাহিত কৰাৰ উদ্দেশ্য ধেমাজি জিলা কৃষি বিষয়া গৰাকীয়ে শনিবাৰে চাপৰিটো পৰিদৰ্শন কৰি কৃষকৰ সমস্যাৰ বিষয়ে বুজ লয় । নতুন বছৰটোৰ পহিলা মাহটোৰ ভিতৰতে অঞ্চলটোৰ কৃষকৰ বাবে 28 টা সৌৰ পাম্প যোগানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ লগতে এই চাপৰিত ৰাসায়নিক সাৰৰ প্ৰভাৱ নথকা বাবে ইয়াৰ উৎপাদিত পাচলিৰে বহি জিলাত উচিত মূল্য পাব বুলিও আশা প্ৰকাশ কৰিছে বিষয়া গৰাকীয়ে ৷

আৰ্ণে চাপৰিত শ শ কৃষকৰ সেউজ বিপ্লৱ

কৃষকসকলে জানিবলৈ দিয়া মতে মিচিং স্বায়ত্ব শাসিত পৰিষদে তেওঁলোকক যথেষ্ঠ সহায় সহযোগ আগবঢ়াই আহিছে । ব্ৰহ্মপুত্ৰই 1998-99 চনত বানৰ বিভীষিকা সৃষ্টি কৰাৰ পিচত এই কৃষক সকলে 2000 চনৰ পৰা শালি খেতিৰ বিকল্প হিচাপে বতৰৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে ৷ আনহাতে পূৰ্বতে যিসকল ব্যৱসায়ীয়ে বৰপেটা আৰু খাৰুপেটিয়াৰ পাচলিৰে বজাৰত ব্যৱসায় কৰি আহিছিল সেইসকল ব্যৱসায়ীয়ে এতিয়া পুৱাৰে পৰা বিয়লিলৈকে গাড়ী লৈ পাচলি নিবৰ বাবে অপেক্ষা কৰে আৰ্নে চাপৰিত। নিসন্দেহে ই এক ইতিবাচক বাৰ্তা।

ধেমাজি
আৰ্ণে চাপৰিত শ শ কৃষকৰ সেউজ বিপ্লৱ

লগতে পঢ়ক - নাহৰকটীয়াৰ নামফাকেত অনিৰ্দিষ্ট কাললৈ বন্ধ বনভোজস্থলী

Intro: ধেমাজিৰ আৰ্ণে চাপৰিত শ শ কৃষকৰ সেউজ বিপ্লৱ

Body:

ধেমাজি , ২৯ , ডিচেম্বৰ : এতিয়া ৰবি শস্যৰ বতৰ । সেয়ে বিভিন্ন প্ৰান্তত উদমী কৃষকসকলে বতৰৰ বিবিধ পাচলি ৰে সেউজীয়াময় কৰি তুলিছে পথাৰ , বাৰী আৰু চৰ চাপৰি সমূহ । ধেমাজি জিলাৰ (সদৰৰ পৰা ৫০ কিমি: নিলগৰ ) ব্ৰহ্মপুত্ৰৰ সমীপৰ মুক্তিয়া পঞ্চায়ত অন্তৰ্গত বিশেষকৈ ১ নং আৰ্ণে চাপৰিৰ সু বিস্তীৰ্ণ অঞ্চলত সেউজ বিপ্লৱ ।এটা নহয় দুটা নহয় এশৰো অধিক পৰিয়াল কৃষি ৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ দাঙি ধৰিছে অসমৰ অসমীয়াৰ কৰ্মসংস্কৃতিৰ নিৰ্দেশন ।ইয়াৰে ভিতৰত কেইজনমান উদ্যমী যুৱ কৃষক হৈছে ক্ৰমে ভূৱন পেগু , দিলীপ কুমাৰ টায়ে , মুহি মৰাং , ৰুনু পেগু , জুন পেগু , লুচন সিং টায়ে , নগেন টায়ে , ভূগেন টায়ে আদি । উল্লেখ্য যে প্ৰত্যেকে একেটা চাপৰিতে একে সময়তে পৃথকে পৃথকে খেতি কৰি আহিছে । নিতৌ ২/৩ গাড়ীয়ে এই চাপৰিত উৎপাদিত হোৱা জলকীয়া , বিলাহী , বন্ধা কবি , ব্ৰকলি , বিন জাতীয় পাচলি , ধেমাজি জিলা উপৰিও বগীবিল দলঙেৰে যাতায়ত সূচল হোৱাৰ বাবে ডিব্ৰুগড় , তিনিচুকীয়া, মৰাণ , অৰুণাচলৰ পাচিঘাট আদিলৈ যায় ।

byte..farmer

ইপিনে অঞ্চলটোৰ কৃষসকলক উৎসাহিত কৰাৰ উদ্দেশ্য
ধেমাজি জিলা কৃষি বিষয়া গৰাকীয়ে শনিবাৰে চাপৰিটো পৰিদৰ্শন কৰি কৃষকৰ সমস্যাৰ ওপৰত বুজ লয় । আৰু নতুন বছৰটোৰ পহিলা জানুৱাৰীৰ মাহৰ ভিতৰতে অঞ্চলটোৰ কৃষকৰ বাবে ২৮ টা সৌৰ পাম্প যোগানৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহন কৰিছে বুলি স আৰু ৰাসায়নিক সাৰৰ প্ৰভাৱ নথকা বাবে ইয়ৰ উৎপাদিত পাচলিৰে বহি জিলাত উচিত মূল্য পাব বুলি আশা প্ৰকাশ কৰিছে বিষয়া গৰাকীয়ে
byte...D.AO

কৃষকসকলে জানিব দিয়া মতে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পৰা যথেষ্ঠ সহায় সহযোগ আগবঢ়াই আহিছে । ব্ৰহ্মপুত্ৰ ই ১৯৯৮.-৯৯ চনত বানৰ বিভীষিকা সৃষ্টি কৰাৰ পিছত ২০০০ মানৰ পৰা শালি খেতিৰ বিকল্প হিচাপে বতৰৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে ।

Conclusion:
আনহাতে পূৰ্বতে যিসকল ব্যৱসায়ী য়ে বৰপেটা , খাৰু পেটা পাতলিৰে বজাৰত ব্যৱসায় কৰি আহিছিল সেইসকলে এতিয়া পুৱা পৰা সন্ধিয়ালৈকে গাড়ী লৈ পাচলি নিবৰ বাবে অপেক্ষা কৰে আৰ্নে চাপৰিত ।

নিসন্দেহে ই এক ইতিবাচক বাৰ্তা ।

Pradunya Bharali , Dhemaji, Assam, 29/12/2019

byte
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.