ETV Bharat / state

অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ অভিযান

সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ধেমাজি আৰক্ষীৰ ৷ আবকাৰী বিভাগৰ সৈতে ধেমাজি আৰক্ষীয়ে সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ সুৰাৰ লগতে সুৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী ৷

excise raid against illegal wine karimganj assam etv bharat news
অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান
author img

By

Published : Oct 13, 2020, 10:31 AM IST

ধেমাজি,13 অক্টোবৰ: ৰাজ্যত অব্যাহত আছে সুৰা বিৰোধী অভিযান ৷ কিন্তু ইয়াৰ মাজতে অব্যাহত আছে সুৰাৰ চোৰাং বেহাখনো ৷ এনে বেহাৰ আঁত ধৰিয়ে গোপন সূত্ৰৰ পৰা প্ৰাপ্ত তথ্যৰ ভিত্তিত ধেমাজি জিলা আবকাৰী বিভাগ আৰু আৰক্ষীয়ে যুটীয়াভাৱে সোমবাৰে এক অভিযান চলায় ৷ অভিযানকাৰী দলটোৱে জিলাখনৰ মৰিঢল-নাহৰণি বৰমূৰীয়া দৈনিক বজাৰ আৰু চিলাপথাৰ নগৰৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে সুৰা প্ৰস্তুত কৰা বহু সামগ্ৰীও কৰিলে বিনষ্ট ৷

লগতে চাওকঃ চলিত বৰ্ষত অনুষ্ঠিত নহয় দেশৰ ৰাজধানীৰ সবাতকৈ ডাঙৰ উৎসৱ 'ৰামলীলা'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.