ETV Bharat / state

ধেমাজি কংগ্ৰেছৰ প্ৰাক্তন জিলা সভাপতি কংগ্ৰেছৰ আৱৰ্জনা!

author img

By

Published : Aug 20, 2019, 9:19 AM IST

কংগ্ৰেছ এৰি বিজেপি দলত যোগদান কৰে প্ৰাক্তন ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি ঋসভ গগৈ সহ ধেমাজি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু কেইবাটাও পঞ্চায়তৰ কংগ্ৰেছ দলৰ শতাধিক কংগ্ৰেছৰ পালিনেতা আৰু কৰ্মীয়ে ৷এনে কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ধেমাজি জিলা কংগ্ৰেছৰ জিলা সভাপতি নিতু বৰগোঁহাইয়ে কয় যে, জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী কংগ্ৰেছৰ আৱৰ্জনা আছিল । সেয়েহে এতিয়া দল ত্যাগ কৰাৰ বাবে আনন্দিত হৈছে ধেমাজিৰ কংগ্ৰেছ কৰ্মীসকল ।

ধেমাজি কংগ্ৰেছৰ প্ৰাক্তন জিলা সভাপতি সদ্য দলত্যাগী ঋষভ গগৈ কংগ্ৰেছৰ আৱৰ্জনা

ধেমাজি, 20 আগষ্ট: শেহতীয়াকৈ পুনৰ বিজেপিলৈ সোঁত বৈছে কংগ্ৰেছী নেতা-পালিনেতাৰ । প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতা, শান্তিয়াজ কুজুৰ আৰু বৰাকৰ কংগ্ৰেছী নেতা গৌতম ৰয়কে ধৰি বহুকেইজনে গেৰুৱা দলত যোগদান কৰাৰ পিছত সোমবাৰে ধেমাজিতো কংগ্ৰেছ এৰি বিজেপি দলত যোগদান কৰে প্ৰাক্তন ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি ঋসভ গগৈ সহ ধেমাজি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু কেইবাটাও পঞ্চায়তৰ কংগ্ৰেছ দলৰ শতাধিক কংগ্ৰেছৰ পালিনেতা আৰু কৰ্মীয়ে । এনে কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ধেমাজি জিলা কংগ্ৰেছে জিলা সভাপতি নিতু বৰগোঁহাইয়ে কয় যে, জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী কংগ্ৰেছৰ আৱৰ্জনা আছিল । সেয়েহে এতিয়া দল ত্যাগ কৰাৰ বাবে আনন্দিত হৈছে ধেমাজিৰ কংগ্ৰেছ কৰ্মীসকল ।

ধেমাজি কংগ্ৰেছৰ প্ৰাক্তন জিলা সভাপতি সদ্য দলত্যাগী ঋষভ গগৈ কংগ্ৰেছৰ আৱৰ্জনা

অলপতে অনুষ্ঠিত হৈ যোৱা লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত গোপনে বিজেপি প্ৰাৰ্থী হৈ কাম কৰাৰ অভিযোগ সদ্য দলত্যাগী প্ৰাক্তন জিলা সভাপতি ঋষভ গগৈ বিৰুদ্ধে ৷ নগৰ প্ৰাধিকৰণৰ সভাপতি হৈ থাকোতে সমাজৰ উন্নয়নৰ বাবে অহা ধন আত্মসাৎ কৰাৰ উপৰিও পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ টিকট কিনা-বেচাৰ কামত জড়িত থকা বুলি অভিযোগ কৰে সভাপতিগৰাকীয়ে ।

Intro: দলত্যাগী প্ৰাক্তন ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি ঋষভ গগৈ কংগ্ৰেছৰ আৱৰ্জনা আছিল :: জিলা সভাপতি নিতু বৰগোঁহাইৰ প্ৰতিক্ৰিয়া ।

Body: দলত্যাগী প্ৰাক্তন ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি ঋষভ গগৈ কংগ্ৰেছৰ আৱৰ্জনা আছিল :: জিলা সভাপতি নিতু বৰগোঁহাইৰ প্ৰতিক্ৰিয়া ।

ধেমাজি , ১৯ , আগষ্ট : শেহতীয়াকৈ পুনৰ বিজেপিলৈ সোঁত বৈছে কংগ্ৰেছী নেতা - পালিনেতাৰ । প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতা , শান্তিয়ুজ কুজুৰ আৰু বিৰ্তকিত কংগ্ৰেছী নেতা গৌতম ৰয়কে ধৰি বহুকেইজনে গেৰুৱা দলত যোগদান কৰাৰ পিছত সোমবাৰে ধেমাজিতো কংগ্ৰেছ এৰি বিজেপি দলত যোগদান কৰে প্ৰাক্তন ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি ঋসভ গগৈ সহ ধেমাজি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু কেইবাটাও পঞ্চায়তৰ কংগ্ৰেছ দলৰ শতাধিক কংগ্ৰেছৰ পালিনেতা আৰু কৰ্মীয়ে । এনে কাৰ্য়ত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ধেমাজি জিলা কংগ্ৰেছে জিলা সভাপতি নিতু বৰগোঁহাইয়ে কয় যে : জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী কংগ্ৰেছৰ আৱৰ্জনা আছিল । সেয়ে এতিয়া দল ত্যাগ কৰাৰ বাবে আনন্দিতহে হৈছে । কিয়নো অলপতে অনুষ্ঠিত হৈ যোৱা লোক সভাৰ আৰু পঞ্চায়ত নিৰ্বাচনত তেওঁ বিজেপি প্ৰাৰ্থী হৈ কাম কৰিছিল । নগৰৰ প্ৰাধিকৰণৰ সভাপতি হৈ থাকোতে সমাজৰ উন্নয়নৰ বাবে অহা টকা আত্মসাৎ কৰাৰ উপৰিও পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচনত প্ৰাৰ্থীৰ টিকট কিনা - বেচাৰ কামত জড়িত থকা বুলি অভিযোগ কৰে সভাপতিগৰাকীয়ে ।

PRADUNYA BHARALI , DHEMAJI , ASSAM, 19/8/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.