ETV Bharat / state

ধেমাজিত মনালিছা আৰ্ট একাডেমীৰ উদ্যোগত বিভিন্ন সামগ্ৰী বিতৰণ - ধেমাজিত মনালিছা আৰ্ট একাডেমীৰ উদ্যোগত বিভিন্ন সামগ্ৰী বিতৰণ

স্বেচ্ছাসেৱী অনুষ্ঠান মনালিছা আৰ্ট একাডেমীৰ উদ্যোগত ধেমাজিৰ বিভিন্ন স্থানত মাস্ক, চেনিটাইজাৰ,বিস্কুট, চাবোন আদি সামগ্ৰী ৰাইজৰ মাজত বিতৰণ কৰা হয় । অনুষ্ঠানটোৰ সচিব প্ৰণৱ দিহিঙীয়াই জনোৱা মতে বিগত বছৰতো লকডাউনৰ সময়ত গ্ৰামাঞ্চলৰ লোকৰ মাজত কৰ'ণাকলৈ সজাগতা সৃষ্টি কৰাৰ লগতে এই ধৰণে বিভিন্ন সামগ্ৰী বিতৰণ কৰিছিল ।

as_dmj_01_distribution_programme_at_dhemaji_img_as20021
ধেমাজিত মনালিছা আৰ্ট একাডেমীৰ উদ্যোগত বিভিন্ন সামগ্ৰী বিতৰণ
author img

By

Published : May 30, 2021, 7:50 PM IST

ধেমাজি, ৩০ মে': ক'ভিড পৰিস্থিতিৰ মাজতে ধেমাজিৰ মনালিছা আৰ্ট একাডেমী নামৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠানৰ এক আদৰণীয় পদক্ষেপ । স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে জিলাখনৰ বিভিন্ন স্থানত মাস্ক, চেনিটাইজাৰ,বিস্কুট,চাবোন আদি সামগ্ৰী ৰাইজৰ মাজত বিতৰণ কৰে ।

অনুষ্ঠানটোৰ সচিব প্ৰণৱ দিহিঙীয়াই জনোৱা মতে বিগত বছৰতো লকডাউনৰ সময়ত গ্ৰামাঞ্চলৰ লোকৰ মাজত কৰ'ণাকলৈ সজাগতা সৃষ্টি কৰাৰ লগতে এই ধৰণে বিভিন্ন সামগ্ৰী বিতৰণ কৰিছিল ।

এইবাৰো আংশিক লকডাউনৰ সময়চোৱাত অনুষ্ঠানটোৱে ধেমাজিৰ আনু নগৰ, জামুগুৰিৰ বিষ্ণুপুৰ, টেকজুৰি, শান্তিপুৰ আদি অঞ্চলত কৰ'ণাৰ সম্পৰ্কত সজাগতা সৃষ্টি কৰাৰ উপৰিও বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰে ৷

লগতে পঢ়ক:১৫ আগষ্টৰ ভিতৰত অসমত ৩০ শতাংশ লোকৰ টীকাকৰণ হ'ব: মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.