ধেমাজি, 19 আগষ্ট: সোমবাৰে ধেমাজিৰ ৰূপকোৱঁৰ জ্যোতি প্ৰসাদ আগৰৱালা স্মৃতি ভৱনত অনুষ্ঠিত এক সভাত অনুষ্ঠানিক ভাৱে গেৰুৱাবসন পিন্ধিলে জিলা ধেমাজি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ঋষভ গগৈকে আদি কৰি ধেমাজি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দ্বীপশিখা বৰশইকীয়া গগৈ , নৰোৱাথান পঞ্চায়তৰ সভানেত্ৰী ভাৰতী গগৈৰ লগতে আজোহা আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ সদস্যা মনিকা গগৈ ফুকনকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে৷ সভাত নৱ-বিজেপি সকলক দললৈ আদৰণি জনাই আগন্তুক দিনত একেলগে অধিক শক্তিশালী হৈ কাম কৰিব বুলি মন্তব্য কৰে ধেমাজিৰ বিধায়ক ৰণোজ পেগুয়ে ৷ ইফালে দলৰ কাম কাজৰ ওপৰত অসন্তুষ্ট হৈ বিজেপি দলত যোগদান কৰাৰ কথা সদৰি কৰে জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ঋষভ গগৈয়ে ৷ ইতিমধ্যে ধেমাজি জিলাত নতুন কৈ প্ৰায় ষাঠি হাজাৰ সদস্যভৰ্তি হৈছে গেৰুৱা দলটোত ৷
ধেমাজিত বিজেপিলৈ কংগ্ৰেছীৰ সোঁত - ধেমাজি জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সহ শতাধিকৰ বিজেপিত যোগদান
ধেমাজি জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সহ শতাধিকৰ বিজেপিত যোগদান ৷ প্ৰাক্তন কংগ্ৰেছীক গেৰুৱা দলৰ হৈ বিধায়ক ৰনোজ পেগুৰ আদৰণি ৷

ধেমাজি, 19 আগষ্ট: সোমবাৰে ধেমাজিৰ ৰূপকোৱঁৰ জ্যোতি প্ৰসাদ আগৰৱালা স্মৃতি ভৱনত অনুষ্ঠিত এক সভাত অনুষ্ঠানিক ভাৱে গেৰুৱাবসন পিন্ধিলে জিলা ধেমাজি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ঋষভ গগৈকে আদি কৰি ধেমাজি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দ্বীপশিখা বৰশইকীয়া গগৈ , নৰোৱাথান পঞ্চায়তৰ সভানেত্ৰী ভাৰতী গগৈৰ লগতে আজোহা আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ সদস্যা মনিকা গগৈ ফুকনকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে৷ সভাত নৱ-বিজেপি সকলক দললৈ আদৰণি জনাই আগন্তুক দিনত একেলগে অধিক শক্তিশালী হৈ কাম কৰিব বুলি মন্তব্য কৰে ধেমাজিৰ বিধায়ক ৰণোজ পেগুয়ে ৷ ইফালে দলৰ কাম কাজৰ ওপৰত অসন্তুষ্ট হৈ বিজেপি দলত যোগদান কৰাৰ কথা সদৰি কৰে জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ঋষভ গগৈয়ে ৷ ইতিমধ্যে ধেমাজি জিলাত নতুন কৈ প্ৰায় ষাঠি হাজাৰ সদস্যভৰ্তি হৈছে গেৰুৱা দলটোত ৷
Body:ধেমাজি ত জিলা প্ৰাক্তন কংগ্ৰেছৰ সভাপতিসহ শতাধিক বিজেপিত যোগদান ৷ ধেমাজিত ষাঠি হেজাৰ সদস্যভতি’ বিজেপিত ৷
ধেমাজি , ১৯ আগষ্ট : ধেমাজি জিলা বিজেপি ৰ উদ্যোগত সোমবাৰে ধেমাজি ৰ ৰূপ কোৱঁৰ জ্যোতি প্ৰসাদ আগৰৱালা স্মৃতি ভৱনত যোগদান সভা অনুষ্ঠিত হয় ৷ জিলা বিজেপিৰ সভাপতি ডিম্বেশ্বৰ চেতিয়াই পুৰোহিত্য কৰা সভাত আনুষ্ঠানিকভাৱে যোগদান কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাক্তন ধেমাজি জিলা সভাপতি তথা প্ৰাক্তন জিলা পৰিষদৰো সভাপতি ঋষভ গগৈয়ে ৷ লগতে ধেমাজি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দ্বীপশিখা বৰশইকীয়া গগৈ , নৰোৱাথান পঞ্চায়তৰ সভানেত্ৰী ভাৰতী গগৈ , আজোহা আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ সদস্যা মনিকা গগৈ ফুকন কে ধৰি শতাধিক কংগ্ৰেছ দলৰ কমী’ যোগদান কৰে ৷
ইপিনে
দীঘ’দিন ধৰি কংগ্ৰেছ দলত থাকি শেষত দলৰ কাম কাজৰ ওপৰত অসন্তুষ্ট হৈ বিজেপি দলত যোগদান কৰা বুলি সভাত প্ৰাক্তন জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় ৷
speech..
Conclusion:
ইতিমধ্যে ধেমাজি জিলাত প্ৰায় ষাঠি হাজাৰ নতুন সদস্যভতি হৈছে বিজেপি দলত ৷ নতুনকৈ দললৈ অহা সকলোকে আদৰণি জনাইছে আৰু আগন্তুক দিনত অধিক শক্তিশালী হৈ কাম কৰিব পাৰিব বুলি মন্তব্য কৰে ধেমাজিৰ বিধায়ক ৰণোজ পেগুয়ে
PRADUNYA BHARALI , DHEMAJI , ASSAM .19/8/2019